• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ গুগল মেপেই মাতি আনিলে কাল! ৰাজস্থানত পানীত গাড়ী উটি গৈ ৪ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 8:09 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ গুগল মেপ অনুসৰণ কৰি গাড়ী চলোৱাৰ ফলত মৰ্মান্তিক পৰিণতিৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ৰাজস্থানৰ চিতোৰগড়ৰ খৰস্ৰোতা নদীৰ পানীয়ে এখন গাড়ী উটুৱাই লৈ যায়। নিমিষতে গাড়ীত থকা একেটা পৰিয়ালৰ চাৰিজন সদস্য পানীয়ে উটুৱাই লৈ যায়।

দুটা শিশুৰ উপৰিও মৃতকৰ তালিকাত আছে দুগৰাকী মহিলা। আন এটা শিশু সন্ধানহীন। গাড়ীখনত থকা পৰিয়ালটোৰ বাকী পাঁচজন সদস্যক কেনেবাকৈ উদ্ধাৰ কৰা হৈছে। যোৱা মঙলবাৰে সংঘটিত হৈছিল এই ঘটনা। অৱশ্যে শেহতীয়াকৈ পোহৰলৈ আহিছে ঘটনাতো।

Apply Now

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰি ভীলৱাৰালৈ উভতি আহিছিল পৰিয়ালটো। গাড়ীখনে গুগল মেপ অনুসৰণ কৰি আছিল। চাওতে চাওতে গাড়ীখন গৈ কালভাৰ্টৰ ওচৰ পালেগৈ। সেই কালভাৰ্ট আৰু ছ’মি-উপ্ৰেদা দলঙত যাতায়ত নিষিদ্ধ কৰা ব’ৰ্ড গাড়ীখনৰ চালকে লক্ষ্য কৰা নাছিল। তেওঁ বানাস নদীৰ ওপৰৰ দলংখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছিল। তাতেই চৰম দুৰ্ঘটনাটো সংঘটিত হ’ল। গাড়ীখন দলঙত আবদ্ধ হৈ পৰিল। তাৰ কিছু সময়ৰ পাছত পানীয়ে উটুৱাই লৈ গ’ল।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, এজন লোকে গাড়ীৰ খিৰিকী ভাঙি নামি আহিছিল। প্ৰথমে আত্মীয় এজনক ফোন কৰি সকলো কথা ক’লে। আত্মীয়জনে আৰক্ষীক খবৰ দিয়ে।

তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। তাৰ পাছত নিশাৰ আন্ধাৰত আৰক্ষী আৰু স্থানীয় ৰাইজে নাও সংগ্ৰহ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। মোবাইল ফোনৰ পোহৰত উদ্ধাৰ অভিযান অব্যাহত থাকে। অৱশ্যে বৈ যোৱা নদীখন পাৰ হৈ সেই স্থানত উপস্থিত হ’বলৈ আৰক্ষীক কিছু সময় লাগে৷ তেতিয়ালৈকে দুগৰাকী মহিলা আৰু দুটা শিশু পানীত ডুব গৈছিল।

গুগল মেপ অনুসৰণ কৰি দুৰ্ঘটনাৰ সন্মুখীন হোৱা এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতেও এনে কৰুণ পৰিণতি ঘটিছে। ২০২৪ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ বাৰেলীত গুগল মেপ অনুসৰণ কৰি এখন গাড়ী দলঙৰ পৰা বাগৰি পৰিছিল। সেই ঘটনাতো তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd