• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিত বনৰীয়া হাতীৰ জাকৰ দ্বাৰা শস্য পথাৰ, ঘৰ-দুৱাৰ তহিলং

ছাজিদ খান by ছাজিদ খান
June 9, 2018 4:45 pm
udalguri elephant human clash
146
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ভূটান সীমান্তত অৱস্থিত ওদালগুৰিলৈ পাহাৰৰ পৰা এটা বনৰীয়া হাতীৰ জাক নামি আহি ব্যাপক উপদ্ৰৱ কৰাৰ বাতৰি পোৱা গৈছে।  জানিব পৰা গৈছে যে ৭০-৮০মান হাতীৰ জাকটোৱে ওদালগুৰিৰ অন্তৰ্গত ননৈ ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত উত্তৰ গাৰুৱাঝাৰৰ চাওতাল বস্তিৰ শস্য পথাৰ আৰু সা-সম্পত্তিৰ ব্যাপক ক্ষতি সাধন কৰিছে। উক্ত এলেকাৰ বাসিন্দা বুতু ছোৰেন, আলবিছ ওৰাং, বুধৰাই ছোৰেন, মৰমী ছোৰেন, টাৰজেন ছোৰেন আৰু লখি হেমৰনে অভিযোগ কৰিছে যে হাতীৰ জাকটোৱে তেওঁলোকৰ খেতি পথাৰ আৰু সা-সম্পত্তিৰ ক্ষতি কৰিছে।

অৱশ্যে হাতীৰ জাকটোৱে এই পৰ্যন্ত কোনো মানুহকে আক্ৰমণ কৰা নাই বুলি স্থানীয় লোকসকলে জনাইছে।

অত্যন্ত দুখীয়া এই পৰিয়ালকেইটাৰ শস্য পথাৰ আৰু সা-সম্পত্তি হাতীয়ে বিনষ্ট কৰাত এতিয়া দিনতেই আন্ধাৰ দেখিছে এই পৰিয়ালকেইটাই।

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা হাতীৰ জাকটোৱে ভাৰত-ভূটান সীমান্তৰ এই অঞ্চলটোত এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।

এগৰাকী বন বিষয়াই জানিবলৈ দিছে যে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ কেইগৰাকীমান বন বিভাগৰ লোকক এই অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।

প্ৰকৃতিপ্ৰেমী দিবাকৰ নায়কে জনোৱা মতে ৬০টাতকৈও অধিক হাতী থকা এই জাকটোত বহুকেইটা পোৱালী হাতীও আছে। তেওঁ কোৱা মতে এই জাকটোৱে বহু দিন ধৰি এই অঞ্চলটোত ঘূৰা-ফিৰা কৰি আছে।তেওঁ আৰু কয় যে এই এলেকাৰ বাসিন্দাসকলে বহু দিন ধৰি হাতীৰ ভয়ত শুব পৰা নাই।

Recent News

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd