• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কঁহৰাত অাম গছৰ ডাল ভাগি পৰি নিহত ২৫ বছৰীয়া যুৱক

উত্তম শইকীয়া by উত্তম শইকীয়া
May 22, 2018 8:54 am
128
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ কঁহৰাত সোমবাৰে সংঘটিত এক দুৰ্ঘটনাৰ ফলত প্ৰজ্ঞান শইকীয়া (২৫) নামৰ এজন যুৱকৰ মৃত্যু হয়।

উল্লেখযোগ্য যে সোমবাৰে সন্ধ্যা কঁহৰাৰ বগৰিজুৰি তিনিআলিত সমনীয়াৰ সৈতে আম গছৰ তলত প্ৰজ্ঞান শইকীয়া বহি থকা অৱস্থাত তেওঁৰ গাৰ ওপৰত হঠাৎ গছৰ ডাল ভাগি পৰে।

ফলত প্ৰতক্ষদৰ্শী সকল তথা পৰিয়ালৰ লোকে গছৰ ডাল পৰি গুৰুতৰভাৱে আহত প্ৰজ্ঞানক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে বোকাখাতলৈ নিয়ে। কিন্তু দুৰ্ভাগ্যবশত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

আনহাতে কঁহৰা নিবাসী নিৰ্মল শইকীয়াৰ একমাত্ৰ পুত্ৰ প্ৰজ্ঞান শইকীয়াৰ এনে অকাল মৃত্যুত সমগ্ৰ কাজিৰঙাতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আনহাতে একেটা স্থানতে আদিত্য শীল নামৰ আন এজন যুৱক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৷ আহত যুৱকজনক চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় ৷

Recent News

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু, ২৫ জনৰো অধিক আহত

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd