• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কাঞ্চনজংঘা’ আৰোহণেৰে অসমৰ প্ৰথম মহিলা পৰ্বতাৰোহীৰ খ্যাতি অৰ্জন মন্তি ৰাজখোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 11:05 am
440
VIEWS
Share on FacebookShare on Twitter

প্ৰথমগৰাকী অসমীয়া মহিলা পৰ্বতাৰোহণকাৰী হিচাপে গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা মন্তি ৰাজখোৱাই। ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ কাৰ্যবাহী অভিযন্তাৰূপে মুম্বাইত কৰ্মৰত মন্তি ৰাজখোৱাই দেওবাৰে পুৱা সু-উচ্চ  শৃংগ ৰূপালী কাঞ্চনজংঘাত অসমৰ আভা বিয়পাই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিশ্বৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্টৰ তুলনাত অধিক বিপদশংকুল ৰূপে পৰিচিত কাঞ্চনজংঘাৰ উচ্চতা হৈছে ৮,৫০৬ মিটাৰ। অ’ এন জি চিৰ এটা পাঁচজনীয়া পৰ্বতাৰোহণকাৰী দলৰ সৈতে যোৱা মন্তি ৰাজখোৱা হৈছে দলটোৰ একমাত্ৰ মহিলা সদস্য।

ভাৰত আৰু নেপালৰ সীমান্তত অৱস্থিত বৰফৰ শুভ্ৰ চাদৰেৰে আৱৰি ৰখা কাঞ্চনজংঘা আহোৰণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা আৰোহণকাৰী মন্তি ৰাজখোৱাই বিশেষ সফলতা অৰ্জন কৰাৰ পাছত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।

manti rajkhoa

উল্লেখ্য যে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমিৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ ৰাজখোৱাই অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত অ’ এন জি চিৰ চাকৰিত যোগদান কৰে। চাকৰিৰ ব্যস্ততাৰ মাজতো তেওঁ পৰ্বতাৰোহণৰ চৰ্চা অব্যাহত ৰাখিছিল।

বিগত বৰ্ষত ৮,৮৫০ মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্টৰ চাৰি নম্বৰ বেছ কেম্পলৈকে যাবলৈ সক্ষম হোৱা ৰাজখোৱাই দেওবাৰে কাঞ্চনজংঘা আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে তেওঁৰ এই সাফল্যৰ বাবে দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে অভিনন্দন জ্ঞাপন কৰে।

Recent News

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd