• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কাঞ্চনজংঘা’ আৰোহণেৰে অসমৰ প্ৰথম মহিলা পৰ্বতাৰোহীৰ খ্যাতি অৰ্জন মন্তি ৰাজখোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 11:05 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমগৰাকী অসমীয়া মহিলা পৰ্বতাৰোহণকাৰী হিচাপে গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা মন্তি ৰাজখোৱাই। ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ কাৰ্যবাহী অভিযন্তাৰূপে মুম্বাইত কৰ্মৰত মন্তি ৰাজখোৱাই দেওবাৰে পুৱা সু-উচ্চ  শৃংগ ৰূপালী কাঞ্চনজংঘাত অসমৰ আভা বিয়পাই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিশ্বৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্টৰ তুলনাত অধিক বিপদশংকুল ৰূপে পৰিচিত কাঞ্চনজংঘাৰ উচ্চতা হৈছে ৮,৫০৬ মিটাৰ। অ’ এন জি চিৰ এটা পাঁচজনীয়া পৰ্বতাৰোহণকাৰী দলৰ সৈতে যোৱা মন্তি ৰাজখোৱা হৈছে দলটোৰ একমাত্ৰ মহিলা সদস্য।

Apply Now

ভাৰত আৰু নেপালৰ সীমান্তত অৱস্থিত বৰফৰ শুভ্ৰ চাদৰেৰে আৱৰি ৰখা কাঞ্চনজংঘা আহোৰণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা আৰোহণকাৰী মন্তি ৰাজখোৱাই বিশেষ সফলতা অৰ্জন কৰাৰ পাছত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।

manti rajkhoa

উল্লেখ্য যে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমিৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ ৰাজখোৱাই অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত অ’ এন জি চিৰ চাকৰিত যোগদান কৰে। চাকৰিৰ ব্যস্ততাৰ মাজতো তেওঁ পৰ্বতাৰোহণৰ চৰ্চা অব্যাহত ৰাখিছিল।

বিগত বৰ্ষত ৮,৮৫০ মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্টৰ চাৰি নম্বৰ বেছ কেম্পলৈকে যাবলৈ সক্ষম হোৱা ৰাজখোৱাই দেওবাৰে কাঞ্চনজংঘা আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে তেওঁৰ এই সাফল্যৰ বাবে দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে অভিনন্দন জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

July 13, 2026 7:42 am
জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd