NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ ঘোষণা: পুনৰ উজ্জীবিত কৰা হ’ব নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল

November 20, 2017 9:41 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

নমামি বৰাক উৎসৱত উপস্থিত থাকি আজি কেন্দ্ৰীয়  মন্ত্ৰী (Heavy Industries and Public Enterprises) বাবুল সুপ্ৰিয়ই জাগীৰোডস্থিত নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ ল’ব বুলি ঘোষণা কৰে।

Related News