• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুণগত মান উন্নত কৰিবলৈ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব : বিপ্লৱ কুমাৰ দেব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 6:27 pm
t-570x320
101
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হিত শিক্ষাৰ মান উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ শিক্ষা বিকাশ কেন্দ্ৰই কৰা ৩০ দিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই চিন্তা ব্যক্ত কৰে।

‘’ শিক্ষাৰ মান উন্নত কৰি তুলিবলৈ প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব। শিক্ষাৰ মান উন্নত কৰাটো সময়ৰ প্ৰয়োজন।‘’

তেওঁ কয়, ‘’ইজৰাইল এখন সৰু ৰাষ্ট্ৰ। কিন্তু ইয়াৰ কাৰিকৰী তথা অ-কাৰিকৰী জ্ঞানৰ বাবে এই ক্ষুদ্ৰ দেশখনক গোটেই বিশ্বই স্বীকৃতি প্ৰদান কৰিছে। ত্ৰিপুৰা এখন সৰু ৰাজ্য হ’ব পাৰে, কিন্তু আমি যদি শিক্ষা আৰু জ্ঞানৰ দিশত আদৰ্শ হ’ব পাৰো তেতিয়াহ’লে বিশ্বৰ আন অংশই আমাক যথোচিত গুৰুত্ব দিব।‘’

এই প্ৰশিক্ষণ কাৰ্যসূচীটো শিক্ষক আৰু শিক্ষণ আঁচনি বিষয়ক পণ্ডিত মদন মোহন মালৱ্য নেশ্যনেল মিশ্যনৰ আঁচনিৰ অধীনত অনুষ্ঠিত হৈছে।

দ্বাদশ পৰিকল্পনাৰ বাবে ৯০০ কোটি টকা বাজেট ধাৰ্য কৰি ২০১৫ চনৰ মাৰ্চত অভিলাষী আঁচনিখন উচ্চ শিক্ষা বিভাগে আৰম্ভ কৰিছিল। গোটেই উত্তৰ-পূৰ্বাঞ্চলত আঁচনিখন প্ৰথম ৰূপায়ন কৰিছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ে।

‘’ ত্ৰিপুৰা বিশ্ববিদ্যালয়ক এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো প্ৰয়োজনীয় সহযোগ কৰিবলৈ সাজু আছে। বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে সমাজ আৰু দেশৰ কল্যাণৰ বাবে কাম কৰাটো লক্ষ্যণীয়,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

আঁচনিখনৰ লক্ষ্যৰ ভিতৰত আছে ৩০ খন বিদ্যালয়, ৫ টা পাঠ্যক্ৰম আৰু শিক্ষকৰ বাবে উৎকৃষ্ট কেন্দ্ৰ, ২টা শিক্ষকৰ শিক্ষাৰ বাবে আন্ত:বিশ্ববিদ্যালয় কেন্দ্ৰ, ২৫ টা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিজ্ঞান আৰু গণিতৰ বাবে ৫টা উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা।

 

Recent News

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd