• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত চিৰিয়াখানাৰ ‘বন ধ্বংস কৰি’ স্থাপন ‘বনসৃষ্টি’ বিপণি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2018 7:19 pm
assam-state-zoo
99
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা ( Assam State Zoo cum Botanical Garden )ৰ ভিতৰত বন ধ্বংস কৰি ‘বনসৃষ্টি’ নামৰ বিপণি খোলাৰ অভিযোগ আনিছে ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই আজি ১৩ এপ্ৰিলত এন ই নাওক জনাই যে চিৰিয়াখানাৰ ভিতৰতে লে’ডিজ ক্লাব নিৰ্মাণ কৰি ক্লাবটোৰ অধীনত এই ‘বনসৃষ্টি’ নামৰ বিপণিসমূহ মুকলি কৰা হৈছে।

‘এই দোকানসমূহ নিৰ্মাণৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদ কৰা হৈছিল আৰু বিধানসভাত যোৱা ৪ এপ্ৰিলৰ দিনা এই বিষয়ত আলোচনাৰ পিছত এই দুষ্কাৰ্য্যৰ তদন্ত চলাবলৈ বন বিভাগৰ প্ৰধান সচিবক দায়িত্ব দিছিল যদিও যোৱা ১০ এপ্ৰিল তাৰিখে এই বনসৃষ্টি নামৰ বিপণিসমূহ মুকলি কৰিলে’ বুলি বৈশ্যই অভিযোগ কৰে।

বৈশ্যই অভিযোগ কৰে যে তেজচ মৰিস্বামী নামৰ ডি এফ অ’গৰাকীয়ে এই বিপণিসমূহ নিৰ্মাণৰ অনুমতি দিছে। বৈশ্যৰ কয় যে ঠাইখিনিৰ সৌন্দৰ্য্য হানি হ’ব বুলিয়ে আগৰগৰাকী ডি এফ অ’ এছ কে শৰ্মাই এই বিপণিসমূহ নিৰ্মাণ কৰিবলৈ দিয়া নাছিল।

কিন্তু ‘ডি এফ অ’গৰাকী অমান্তি হোৱা কাৰণে’ তেওঁক ‘বদলি কৰা হয়’ বুলি বৈশ্যই দাবী কৰে।

বৈশ্যই কয় যে লে’ডিজ ক্লাবৰ দোকানসমূহ থকা অঞ্চলত পূৰ্বে সেউজীয়া ঘাঁহনি আছিল আৰু তাত স্থানীয় লোকসকলে খোজ কঢ়াৰ লগতে বনভোজ দলসমূহে ঘাঁহনিত বহি খাদ্যগ্ৰহণো কৰিছিল।

চিৰিয়াখানাৰ পাৰ্কিং থলীত বা আন ঠাইত বিপণিসমূহ নিৰ্মাণ কৰিলে তেওঁলোকৰ আপত্তি নাই বুলি জনাই মঞ্চৰ সম্পাদকগৰাকীয়ে।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd