• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত হ’ব পাইপড গেছৰ সংযোগ

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 26, 2017 8:31 am
143
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীবাসীৰ প্ৰতি সুখবৰ কঢ়িয়াই দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড (DNPL) ৰ এটা সূত্ৰই কৈছে যে গুৱাহাটীবাসীৰ বাবে অচিৰেই পাইপেৰে ৰন্ধন গেছৰ যোগান ধৰা হ’ব। এই উদ্দেশ্যে দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডে নুমলীগড়ৰ পৰা গুৱাহাটীলৈ পাইপ স্থাপনৰ প্ৰকল্প এটাৰ শুভাৰম্ভ কৰা হয়। ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে কয় যে এইটো এটা যুটীয়া উদ্যোগ, যাৰ দ্বাৰা মাটিৰ তলেৰে অনা পাইপ ব্যৱহাৰ কৰি দুলীয়াজানৰ পৰা নুমলীগড়লৈ গেছ কঢ়িয়াই অনা কাম কৰা হয়। এতিয়া এই কোম্পানীটোৱে এই পাইপ লাইন ব্যৱহাৰ কৰি গুৱাহাটীলৈও গেছ যোগানৰ লক্ষ্য লৈছে। তেওঁ এই কথাও জানিবলৈ দিয়ে যে এই প্ৰকল্পটো হ’ল কেন্দ্ৰৰ ভিজন ২০৩০ এটা অংশ আৰু ইয়াৰ কাম ইতিপূৰ্বে আৰম্ভ কৰা হৈছে। ইয়াৰ সম্ভাৱনা কিমান আছে সেই কথা পৰীক্ষা কৰিবৰ এটা পাইলট ৰিপ’ৰ্ট প্ৰস্তুত কৰা হৈ আছে। তেওঁ এই ক্ষেত্ৰত দুটা প্ৰধান সমস্যাৰ কথা কয়। এটা হ’ল ব্ৰহ্মপুত্ৰৰ অৱস্থান আৰু আনটো হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ অৱস্থান। কিয়নো গেছৰ পাইপ কোনো দলঙৰ ওপৰেদি নদী পাৰ কৰাই আনিবলৈ দিয়া নহয়। সেইদৰে ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেৰে অনাৰ ক্ষেত্ৰত থাকিব ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ বাধা-নিষেধ।

 

 

Recent News

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd