• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত আইছিছৰ পতাকা উদ্ধাৰৰ পিছত অঞ্চলটোত শান্তি বজাই ৰখাৰ আহ্বান বিভিন্ন দল সংগঠনৰ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
May 2, 2018 9:04 pm
IS NE’ flags in Goalpara

আইছিছৰ পাতাকা: নৰ্থ-ইষ্ট নাও

151
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে গোৱালপাৰা চহৰৰ আৰক্ষী চকীৰ পৰা মাথোঁ ২০ মিটাৰ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ কাচাৰীঘাটত ইংৰাজী আৰু আৰবী আখৰেৰে আই এছ এন ই লিখা আইছিছৰ ক’লা পতাকা উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ চহৰখনত এতিয়া উত্তেজনাই বিৰাজ কৰি আছে।

এজন স্থানীয় যুৱকে পতাকা ৬খন দেখি আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এয়া এক সমাজ বিৰোধী চক্ৰৰ কাম বুলি মন্তব্য দি কয় যে ঘটনাটোৰ এটা তদন্ত চলি আছে।

এই সন্দৰ্ভত আছু, আমছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু অগপ কংগ্ৰেছ আদি দল সংগঠনে নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনসাধাৰণক শান্তি বজায় ৰখাৰ বাবে আৱেদন জনায়।

আছউৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৰাজ্যখনত বাঢ়ি অহা মৌলবাদী শক্তিসমূহকদমন কৰাত ব্যৰ্থ হোৱা বাবে চৰকাৰৰ সমালোচনা কৰে।

আছুৰ গোৱালপাৰা জিলা কমিটীৰ সম্পাদক জিতুমণি ভূঞাই এই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে আৰু আৰক্ষী চকীৰ নিচেই কাষতে এনে ঘটনা কেনেদৰে হ’ব পাৰে প্ৰশ্ন কৰে।

অগপৰ জিলা সভাপতি অধিবক্তা জিতেন দাসে ঘটনাটোৰ তীব্ৰ সমালোচনা কৰি কয় যে এই কাম অঞ্চলটোত সম্প্ৰীতিৰে বাস কৰি অহা সম্প্ৰদায়সমূহৰ মাজৰ শান্তি বিঘ্নিত কৰাৰ বাবে কৰা হৈছে।

বামপন্থী নেতা তথা বয়োবৃদ্ধ সমাজকৰ্মী ননী দাসে কয় যে ধৰ্মীয় সমন্বয় বিঘ্নিত কৰাৰ বাবে কৰা এয়া এটা ষড়যন্ত্ৰ।

উল্লেখ্য যে ধুবুৰীত বৃহস্পতিবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰাজ্যিক পৰ্যায়ৰ ধৰ্মীয় মহাসভা ইজতেমা আৰম্ভ হ’ব। তাৰোপৰি ১ মে’ মঙলবাৰে সন্ধিয়াৰ পৰা আজি পুৱতি নিশালৈকে ‘আল্লাহে সকলো পাপীক ক্ষমা দান কৰা আৰু এই নিশাৰ পৰাই পৰাই অনাগত বছৰৰ বাবে ভাগ্যলিপি লিখা’ বুলি  বিশ্বাস কৰা মুছলমানসকলৰ বিশেষ ধৰ্মীয় নিশা শ্বব-ই-বৰাত পালন কৰা হয়  আৰু সমগ্ৰ নিশা নামাজ কৰা হয়।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd