• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ শ্ৰমিকৰ ন্যায্য দাবীৰ সমৰ্থনত আজিৰে পৰা ৰাজ্যজুৰি মজদুৰ কংগ্ৰেছৰ স্বাক্ষৰ অভিযান

এনই নাও নিউজ by এনই নাও নিউজ
May 26, 2018 1:13 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

93
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত সৰৱ হৈ পৰিছে অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিতযোগে অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি এতোৱা মুণ্ডাই জানিবলৈ দিয়া অনুসৰি আজিৰে পৰা অহা ৭ জুন পৰ্যন্ত ৰাজ্যজুৰি বিভিন্ন চাহ বাগিচাত কৰ্মৰত স্থায়ী, অস্থায়ী তথা বাগিচাত কৰ্মৰত নোহোৱাকৈ থকা শ্ৰমিক ৰাইজৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰা স্বাক্ষৰ সংগ্ৰহ অভিযান আৰম্ভ কৰিব সংগঠনটোৱে।

একেটা দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘই ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন জনায় সভাপতি মুণ্ডাই লগতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ যি ষড়যন্ত্ৰ কৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰি ৰাজ্যত যুগ যুগ ধৰি মিলা-প্ৰীতিৰে বসবাস কৰি অহা জনগোষ্ঠীসমূহৰ সাতামপুৰুষীয়া ঐতিহ্য আৰু জনগাঁথনিক বিনষ্ট কৰিবলৈ বিচৰা ষড়যন্ত্ৰ ওফৰাবলৈও অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ বাগিচাই বাগিচাই চাহ শ্ৰমিক তথা প্ৰাক্তন চাহ শ্ৰমিক তথা প্ৰাক্তন চাহ শ্ৰমিক আদিবাসীসকলৰ স্বাক্ষৰ লৈ স্মাৰক পত্ৰৰ জৰিয়তে সংশোধনী বিধেয়ক বাতিল কৰিবলৈ অহা ৮ জুনত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ  কৰা হ’ব।

উক্ত দিনাই সংগঠনটোৱে ৰাজ্যখনৰ প্ৰতিখন বাগিচাৰ মালিক পক্ষলৈও সংশ্লিষ্ট বাগিচাৰ পৰিচালকৰ যোগেদি মজুৰি বৃদ্ধি আৰু মাটিৰ পট্টা প্ৰদানৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিব। অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি এতোৱা মুণ্ডাই এই কাৰ্যসূচীত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰো পূৰ্ণ সহযোগিতা বিচাৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd