NORTHEAST NOW (Assamese)

ছেবাৰ নতুন সচিবৰূপে নিযুক্ত প্ৰশাসনিক বিষয়া সুৰঞ্জনা সেনাপতি

May 26, 2018 9:54 pm · এন ই নাও নিউজ

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে সুৰঞ্জনা সেনাপতিক ছেবা ( SEBA )ৰ নতুন সচিবৰূপে আজি ২৬ মে’ত নিযুক্তি দিয়া হৈছে।

পূৰ্বৰ সচিব প্ৰবীণ শৰ্মাৰ স্থানত প্ৰশাসনিক বিষয়া  সুৰঞ্জনা সেনাপতিক এই পদত নিযুক্তি দিয়া হয়।

ছেবাৰ বিশেষ বিষয়াৰ দায়িত্বৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপেও সেনাপতি কৰ্মৰত আছিল।

Related News