• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯ চনত বিজেপিক প্ৰত্যুত্তৰ দিব দেশৰ জনসাধাৰণে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2018 9:38 pm
TarunGogoi

ফাইল ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে আজি চাৰি বছৰ সম্পূৰ্ণ কৰিলে। এই চাৰি বছৰে মোদী চৰকাৰে জনতাক বিশ্বাসঘাতকতা কৰা বাদে একো নিদিলে বুলি অভিযোগ তুলি আজিৰ দিনটো বিশ্বাসঘাতকতা দিৱস হিচাপে কংগ্ৰেছে সমগ্ৰ ভাৰততে পালন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগতো আজিৰ এই দিনটো বিশ্বাসঘাতকতা দিৱস হিচাপে পালন কৰে।

এই বিশ্বাসঘাতকতা দিৱস উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ শক্তি সিং গোহিলে এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলতে অংশগ্ৰহণ কৰি তৰুণ গগৈয়ে মোদী চৰকাৰক মিছলীয়া আখ্যা দিয়াৰ লগতে কেন্দ্ৰীয় গড়কপ্তানী মন্ত্ৰী নীতীন গাডকাৰিকো লক্ষ্য কৰি কৰি লয়।

Apply Now

গগৈয়ে কেন্দ্ৰীয় গড়কপ্তানী মন্ত্ৰীগৰাকীক মিছলীয়া আখ্যা দি কয়, “ৰাস্তা-ঘাটৰ অৱস্থা আগৰ দৰেই আছে, অলপো ভাল হোৱা নাই। তেওঁ স্বাভাৱসুলভ ভংগিৰে কয়, “গাডকাৰীয়ে গোকাট মিছা কথা কৈছে, তেওঁক মই চেলেঞ্জ কৰিছো।”

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাও ঠায়ে ঠায়ে অধিক শোচনীয় বুলি মত প্ৰকাশ কৰি গগৈয়ে কয় যে অসমলৈ আহি গাডকাৰীয়ে নিজেই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাটো চাই যাব লাগে।

ইয়াৰোপৰি গাডকাৰীয়ে ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হোৱা আৰু বৰাকৰ খনন সম্পূৰ্ণ হোৱা বুলি সংবাদমেলত কোৱা বুলি গগৈয়ে জানিবলৈ দি কয়, “গাডকাৰীয়ে এই কথাতো মিছা মাতিছে, অসমত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভই হোৱা নাই আৰু বৰাকৰ খনন কেতিয়া সম্পূৰ্ণ হ’ল। এইবোৰ গোকাট মিছা কথা।”

আনহাতে, উক্ত সংবাদমেলতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো মিছলীয়া আখ্যা দি কয় যে শ্বাহে মূল্যবৃদ্ধি ৰোধ কৰা বুলি কোৱাৰ বিপৰীতে পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰমূল্য দিনক-দিনে বৃদ্ধিহে পাই গৈ আছে।

“যি জনসাধাৰণে ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ মোদীক চৰকাৰ বনোৱাত সহায় কৰিলে, সেইসকলে আজি উপলব্ধি কৰিছে। মোদী চৰকাৰৰ জনতাৰ ওপৰত এই মাধমাৰৰ প্ৰত্যুত্তৰ ২০১৯ চনৰ নিৰ্বাচনত জনসাধাৰণে দিব।” গগৈয়ে সংবাদ মেলত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd