• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিৰণি গৃহ পুনৰ্নিমাণৰ পৰা বিৰত থাকিব মিজো ছাত্ৰ সংগঠন মিজো জিৰলাই পউলে

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
March 14, 2018 3:53 pm
MZP-570x320

১৪ মাৰ্চত সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিছে এম জে পিৰ সদস্যসকলে। ফটো : ছাংজুৱালা মাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে মিজোৰামৰ অগ্ৰণী ছাত্ৰ সংগঠন মিজো জিৰলাই পউলে সীমান্ত চহৰ বৈৰাবীৰ ওচৰৰ জফাইত জিৰণি গৃহ নিৰ্মাণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে শেহ নিশা আইজলত অনুষ্ঠিত এখন জৰুৰী বৈঠকত সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

‘’গীৰ্জাৰ নেতাসকলৰ সংস্থা আৰু ওৱাই এম এৰ বাৰম্বাৰ অনুৰোধৰ পিছত আমি জিৰণি গৃহ নিৰ্মাণৰ কাম সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’-ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক লালনুনমাৱাইয়া পাওটুৱে জানিবলৈ দিয়ে।

কেন্দ্ৰীয় ওৱাই এম এ, মিজোৰাম এল্ডাৰছ’ ইউনিয়ন, ৰাজ্যখনৰ অগ্ৰণী মহিলা সংস্থা এমএইচআইপি আৰু মিজো ছাত্ৰ সন্থাকে ধৰি মিজোৰামৰ কেইবাটাও সংগঠনে জফাইত জিৰণি গৃহ নিৰ্মাণ বন্ধ ৰাখিবলৈ আহ্বান জনাইছিল।

‘’মিজো জিৰলাই পউলে মিজোৰামৰ সীমান্ত সুৰক্ষিত কৰাৰ ইয়াৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নাই আৰু জফাইত জিৰণি গৃহ নিৰ্মাণ কৰাৰ লক্ষ্যৰ পৰাও আঁতৰি অহা নাই, কিন্তু সীমান্তত দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ গতি বিধি লক্ষ্য কৰি আমি আমাৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছো,’’- ছাত্ৰ সংগঠনটোৰ আনুষ্ঠানিক বিবৃতিত এইদৰে কোৱা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যৰে মুখ্য সচিবক আলোচনাৰ জৰিয়তে অহা ২০ মাৰ্চৰ ভিতৰত সীমান্তৰ সমস্যাটোৰ এটা সন্তোষজনক সমাধান উলিয়াবলৈ নিৰ্দেশ দিছে।

মিজোৰাম চৰকাৰে আইজল আৰু কলাশিব জিলাত যোৱা নিশাৰে পৰা ১৪৪ ধাৰা জাৰি কৰিছে। মিজো জিৰলাই পউলে অভিযোগ কৰে যে মিজোৰাম চৰকাৰৰ সীমান্ত সমস্যাৰ ক্ষেত্ৰত এতিয়াও নিদ্ৰা ভংগ হোৱা নাই।

‘’ আইজল আৰু কলাশিব জিলাৰ দুখন চহৰত ১৪৪ ধাৰা জাৰি কৰাটোৱে স্পষ্ট কৰি তুলিছে  যে ইয়াৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত লাল থানহাওলা চৰকাৰে মূৰ পোলকা মাৰিছে,’’-ছাত্ৰ সংগঠনটোৱে এইদৰে মন্তৱ্য কৰে।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd