• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ৰাজপুতনা ৰাইফলছৰ দ্বাৰা আলফা(স্বা)ৰ লিংকমেন আটক

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 21, 2018 7:26 pm
9th Battalion of Rajputana Rifles apprehended a suspected Ulfa (I) linkman at Nadua

ধৃত আলফা(স্বা)ৰ লিংকমেন সঞ্জয় দাস

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ৰাজপুতনা ৰাইফলছৰ ৯ম বেটেলিয়নে ডিব্ৰুগড় জিলাৰ নাদুৱাত এজন সন্দেহযুক্ত আলফা(স্বা)ৰ লিংকমেন আটক কৰে।

ধৃত লিংকমেন জনক ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ সঞ্জয় দাস বুলি চিনাক্ত কৰা হৈছে।

সেনা বাহিনীৰ এক সূত্ৰই নৰ্থ-ইষ্ট নাওক কয়, ‘স্থানীয় সূত্ৰৰ পৰা পোৱা এক বিশেষ খবৰৰ ভিত্তিত নাদুৱাত আলফা(স্বা)ৰ লিংকমেনৰ উপস্থিতিৰ কথা জানিব পাৰি আমি আৰক্ষীৰ সৈতে অঞ্চলটোত এক যুটীয়া অভিযান চলাই লোকজনক তেওঁৰ বাসগৃহৰ পৰা আটক কৰো।’

‘লোকজনৰ কবলৰ পৰা আমি ১ লাখ টকাৰ নকল ২,০০০ টকীয়া নোট উদ্ধাৰ কৰো।’ সূত্ৰটোৱে লগতে কয়।

ধৃত সঞ্জয় দাস আলফা(স্বা)ৰ হৈ নকল টকা প্ৰচলনৰ লগতে কেইবাতাও ধন দাবী ঘটনাৰ সৈতে জড়িত।

তেওঁক পিছত ৰহমৰীয়া আৰক্ষী থানাত গতাই দিয়া হয় য’ত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত U/S 489(A) নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।

উল্লেখ্য যে ৰাজপুতনা ৰাইফলছৰ ৯ম বেটেলিয়নে নকল ভাৰতীয় টকা ছপোৱা আন এক চক্ত উৎখাত কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে।

 

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

September 1, 2025 11:41 am
আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

September 1, 2025 9:36 am
জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

September 1, 2025 8:51 am
পুনৰ গুগল মেপেই মাতি আনিলে কাল! ৰাজস্থানত পানীত গাড়ী উটি গৈ ৪ জনৰ মৃত্যু

পুনৰ গুগল মেপেই মাতি আনিলে কাল! ৰাজস্থানত পানীত গাড়ী উটি গৈ ৪ জনৰ মৃত্যু

September 1, 2025 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

September 1, 2025 11:41 am
আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

September 1, 2025 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd