• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌৰ নহাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা পুনৰ গঠন 

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
June 24, 2018 2:26 pm
ATTACHMENT
184
VIEWS
Share on FacebookShare on Twitter

ডিমৌ টাই আহোম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক সমিতি নহাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সমিতিখন আজি পুনৰ গঠন কৰা হয়।

সদৌ শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ নিৰ্দেশ অনুসৰি আগন্তুক শিৱসাগৰ জিলা সমিতিৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি আটাছু নহাট আঞ্চলিক সমিতিখন আজিৰ শতাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত গঠন কৰা হয়।

এই উপলক্ষে নহাট দেওদুবি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক নিপন বৰুৱাই।লগতে সভাখনত উপস্থিত থাকে শিৱসাগৰ মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক সন্দিপ গগৈ, ডিমৌ আঞ্চলিকৰ কাৰ্যকৰী সভাপতি মুন দুৱৰা আৰু ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ।

উক্ত সভাত প্ৰদীপ গগৈক সভাপতি ,ৰাজীৱ গগৈ আৰু জয়ন্ত লাহনক যুটীয়া সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। লগতে শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে নহাট অঞ্চলত প্ৰবল জনমত গঢ়ি তুলিবলৈ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু দেশ আৰু জাতিৰ অস্তিত্ব বিপদাপন্ন হোৱা এনে এক জটিল মুহূর্তত উপস্থিত আটাছু নেতৃত্বই সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৈ সংগ্ৰাম কৰি যাবলৈ আহ্বান জনায়।

 

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd