• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাক প্ৰাপ্য পুঁজিৰ পৰা বঞ্চিত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে, চি পি আই (এম)ৰ অভিযোগ

পান্না ঘোষ by পান্না ঘোষ
January 18, 2018 5:37 pm
ত্ৰিপুৰাৰ জলেবাসাত চি পি আই (এম)ৰ সমাৱেশ

ত্ৰিপুৰাৰ জলেবাসাত চি পি আই (এম)ৰ সমাৱেশ

112
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চি পি আই (এম)এ ৰাজ্যখনত ইয়াৰ নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে পানীসাগৰ মহকুমাৰ জলেবাশা অঞ্চলত আজি চি পি আই (এম)এ এক জনসমাৱেশৰ আয়োজন কৰে।

জনসমাৱেশখন সম্বোধন কৰি মন্ত্ৰী মানিক দে’ই ত্ৰিপুৰাই পাবলগা পুঁজিৰ পৰা ৰাজ্যখনক ধাৰাৱাহিকভাৱে বঞ্চিত কৰি অহাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে। তেওঁ কয় যে বিজেপিয়ে ৰাজ্যখনক সকলো সা-সুবিধাৰ পৰা ধাৰাৱাহিকভাৱে বঞ্চিত কৰি আহিছে।

দে’ই লগতে ১৮ ফেব্ৰুৱাৰিত পূৰ্ব নিৰ্ধাৰিত সূচী অনুযায়ীয়েই ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে।

জনসমাৱেশখনত পৰিৱহন মন্ত্ৰী মানিক দে’ আৰু প্ৰাক্তন বিধায়ক অমিতাভ দত্তৰ লগতে অন্যান্য নেতাও উপস্থিত থাকে।

উল্লেখযোগ্য যে কালি ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিয়ে ত্ৰিপুৰাৰ লগতে নিৰ্বাচন হ’বলগা মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ দিনো ঘোষণা কৰিছিল। অহা ৩ মাৰ্চত তিনিওখন ৰাজ্যৰে ফলাফল ঘোষণা কৰা হ’ব।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd