• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেওধৰ ট্ৰফীত ইণ্ডিয়া-এ দলক প্ৰশিক্ষণ দিব প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈয়ে

নবাৰুন গুহ by নবাৰুন গুহ
March 3, 2018 7:58 am
nishanta-bordoloi-570x320
239
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাক্তন ৰঞ্জী খেলুৱৈ নিশান্ত বৰদলৈ আগন্তুক দেওধৰ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ইণ্ডিয়া-এ দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছে।

ভাৰতীয় অফ স্পীনাৰ ৰবি চন্দ্ৰন অশ্বিন আৰু মিডিয়াম পেচ বলাৰ মহম্মদ শ্বামী ইণ্ডিয়া দলৰ সদস্য।

দেওধৰ ট্ৰফী প্ৰতিযোগিতাখন অহা ৪মাৰ্চৰ পৰা ৮ মাৰ্চলৈকে হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হ’ব।

পূৰ্বতে নিশান্ত বৰদলৈ বিচিচিআইয়ে আয়োজন কৰা চৈয়দ মুস্তাক আলী টি-টুৱেন্টি প্ৰতিযোগিতাৰ বাবে উত্তৰ মণ্ডল দলটোৰ দলীয় প্ৰশিক্ষক হিচাপেও নিৰ্বাচিত হৈছিল। সেই দলটোৰ নেতৃত্বত আছিল হৰভজন সিং।

গুৱাহাটীৰ ডনব’স্ক স্কুল আৰু কটন কলেজৰ এগৰাকী প্ৰাক্তন ছাত্ৰ বৰদলৈ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া অফ-ব্ৰেক বলাৰ আছিল।

১৯৯৪-৯৫ বৰ্ষত ৰঞ্জী দলৰ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা বৰদলৈয়ে ৩৫ খন প্ৰথম শ্ৰেণীৰ খেলৰ উপৰি অসমৰ হৈ ২৯ খন খেলত ভাগ লৈছিল। তেওঁ বৰ্তমান অৰ্হতাসম্পন্ন শাৰীৰিক ফিটনেছ তথা ফিল্ডিং প্ৰশিক্ষক হিচাপে কাম কৰি আছে।

তেওঁ ৩০ গৰাকীতকৈয়ো অধিক ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ আৰু ১০০ তকৈয়ো অধিক ভাৰতৰ প্ৰথম শ্ৰেণীৰ খেলুৱৈক প্ৰশিক্ষণ দিছে।

তেওঁ লগতে ইংলেণ্ড এণ্ড ওৱেলছ ক্ৰিকেট বোৰ্ডৰ এগৰাকী অৰ্হতাসম্পন্ন লেভেল-২ পৰ্যায়ৰ ক্ৰিকেট প্ৰশিক্ষক আৰু এগৰাকী বিশেষজ্ঞ  ফিল্ডিং প্ৰশিক্ষক।

Recent News

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd