• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেওবাৰে অন্ত পৰিব মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 11:23 am
Representative image
84
VIEWS
Share on FacebookShare on Twitter

২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ড আৰু মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্ত পৰিব দেওবাৰে বিয়লি চাৰিবজাত।

মেঘালয় নিৰ্বাচনৰ বাবে ৫৯ টা সমষ্টিত ১৪ টা বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় মুঠ ৩৬৯ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে।

এইবাৰ মেঘালয় নিৰ্বাচনত অভূতপূৰ্ব তীব্ৰতা দেখা পোৱা গৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডৰিক খাৰকোঙগৰে শুকুৰবাৰে মত ব্যক্ত কৰে।

তেওঁ লগতে কয় যে ৱিলিয়ামনগৰৰ নিৰ্দলীয় প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাৰ বাহিৰে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে।

ৰাজ্যখনত যোৱা ৩১ জানুৱাৰিৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰয়োগ হোৱাৰ পিছৰে পৰা এতিয়ালৈ নগদ ৬৯ লাখ টকা আৰু ৩০ হাজাৰ লিটাৰ সুৰা বিভিন্ন ঠাইৰ পৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি মুখ্য নিৰ্বাচনী বিষয়াজনে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে যথেষ্ট হাৰত ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে।

‘ৰাজ্যখনৰ ১৮,৪৪,০০০ ভোটাৰৰ ভিতৰত ৮৯,০০০ গৰাকী ১৮-১৯ বছৰীয়া বয়সৰ ভোটাৰে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব’ এই কথা প্ৰকাশ কৰে মুখ্য নিৰ্বাচনী বিষয়াজনে।

ইয়াৰ উপৰি মেঘালয় নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৩২ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি জনায়।

আনহাতে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰো নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব।

Recent News

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd