কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাহৰ পাতি থকা দুজন চোৰাং চিকাৰীক আজি জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুয়ো গঁড় হত্যাৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই কয়। জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত অভিযানত যোৱা আৰক্ষীৰ দলটোৱে বিশেষ সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পৰাই জনা যায় যে ৰাজ্যত বৰ্তমানেও গঁড়ৰ খড়্গৰ চোৰাং বেপাৰী তথা চোৰাং চিকাৰীৰ টিঘিলঘিলনি চলি আছে। অৱশ্যে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাত শেহতীয়া কেইটামান মাহত আৰক্ষী তথা বন বিভাগৰ সফলতাও মন কৰিব লগীয়া। সূত্ৰটোৰ মতে, গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইজনৰ নাম ক্ৰমে জাকিৰ হুছেইন আৰু ফাৰুক আলী। দুয়োৰ সৈতে অস্ত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে মণিপুৰী উগ্ৰপন্থীৰ সৈতেও ধৃত চোৰাংচিকাৰী দুজনৰ সম্পৰ্ক আছে।
নগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
May 19, 2024 7:51 am
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
May 18, 2024 1:36 pm