NORTHEAST NOW (Assamese)

নাহৰকটীয়াত নাহৰফুটুকী বধ কৰি ভক্ষণ

December 2, 2017 10:45 am · এন ই নাও নিউজ ব্যুৰো:

কালি নিশা নাহৰকটীয়াৰ জয়পুৰ অঞ্চলৰ এখন গাৱঁত স্থানীয় লোকে এটি নাহৰফুটুকী বাঘ নৃশংস ভাবে হত্যা কৰি ভক্ষণ কৰে। স্থানীয় লোকে জানিব দিয়া মতে সেই নাহৰফুটুকী টোৱে বিগত কিছু দিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু মাকন গগৈ নামৰ এগৰাকী মহিলা মৃত্যু মুখত পৰাৰ উপৰিও  ৫ গৰাকীকৈ লোক গুৰুতৰ ভাবে আহত হৈছিল।নাহৰফুটুকীটোৰ পৰা পৰিত্ৰাণ পাবলৈকে অঞ্চলবাসীয়ে বাঘটোক নৃশংস ভাবে হত্যা কৰে। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত  কৰিবলৈ সমৰ্থ ন’হল।

Related News