• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিষ্ঠাৰে সেৱা আগবঢ়ায় যোৱা নাৰ্ছসকলক শুভেচ্ছা নাগালেণ্ডৰ ৰাজ্যপাল আচাৰ্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 10:52 am
nurses-day-570x320
236
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস ২০১৮ উপলক্ষে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়ৰ লগতে অন্য প্ৰতিষ্ঠানত নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি থকা ৰাজ্যখনৰ সকলো নাৰ্ছকে শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

এই সুযোগতে ৰাজ্যৰালগৰাকীয়ে কয় যে ‘পৰ্যাপ্ত, সু প্ৰশিক্ষিত আৰু অনুপ্ৰাণিত নাৰ্ছ মানুহৰ সু স্বাস্থ্য গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এনেদৰে মানুহৰ সেৱাত নিষ্ঠা সহকাৰে ব্ৰতী হৈ থাকিবলৈ ৰাজ্যপাল আচাৰ্যই ৰাজ্যৰ নাৰ্ছসকলক উৎসাহ তথা অনুপ্ৰাণিত কৰা দেখা যায়।

উল্লেখযোগ্য যে নাৰ্ছিং সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে বিশ্বৰ মানৱ দৰদী মহান নাৰ্ছ ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্মদিন ১২ মে’ৰ দিনা ‘আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস’ পালন কৰা হয়।

আন্তৰাষ্ট্ৰীয় নাৰ্ছ দিৱস ২০১৮ৰ থীম হ’ল ‘নেতৃত্বই এটি কণ্ঠ : স্বাস্থ্য হ’ল মানৱ অধিকাৰ’।

এই প্ৰসংগত ৰাজ্যপাল আচাৰ্যই কয় যে স্বাস্থ্য খণ্ডৰ লগত জড়িত আটাইতকৈ বৃহৎ পেছাদাৰী কৰ্মীটোৱে হৈছে নাৰ্ছ।

ৰাজ্যপাল আচাৰ্যই কয়, ‘সকলো ধৰণৰ কৌশল তথা পেছাদাৰী জ্ঞান আহৰণ কৰি আজি বহুতো মহিলাই নাৰ্ছিং সেৱাত জড়িত হৈ পৰিছে’।

ৰাজ্যৰ সকলো জনসাধাৰণকে নিষ্ঠা আৰু অতি নিয়াৰিকৈ স্বাস্থ্য সেৱা আগবঢ়ায় যোৱা নাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ ৰাজ্যপাল পি বি আচাৰ্যই আহ্বান জনায়।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd