• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱনিযুক্ত ৩৪১গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়ক, কম্পিউটাৰ অপাৰেটৰক নিয়ুক্তি পত্ৰ বিতৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 10:43 pm
125
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত জনতা ভৱনত নতুনকৈ নিয়ুক্তিপ্ৰাপ্ত সৰ্বমুঠ ৩৪১ গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়ক আৰু কম্পিউটাৰ অপাৰেটৰক নিয়ুক্তি পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে এক সুনিৰ্দিষ্ট প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাৰ জৰিয়তে সৰ্বমুঠ ৪০ হাজাৰ আবেদনকাৰীৰ পৰা ১৭৪ গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়ক আৰু ৭৫ হাজাৰ আবেদনকাৰীৰ পৰা ১৬৭ গৰাকী কম্পিউটাৰ অপাৰেটৰৰ আজি নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীক নিৰ্বাচন কৰি নিয়ুক্তি পত্ৰ প্ৰদান কৰে।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যখনৰ পৰিকাঠামোৰ দিচপুৰ হ’ল স্নায়ু কেন্দ্ৰ। ৰাজ্যখনৰ ৩৩ খন জিলাৰ জনসাধাৰণে বিভিন্ন কামৰ বাবে ৰাজ্যৰ ৰাজধানী দিচপুৰলৈ আহে।

গতিকে মুখ্য মন্ত্ৰী গৰাকীয়ে জনতা ভৱনৰ কাম-কাজত উল্লেখযোগ্য ভূমিকা লোৱা কনিষ্ঠ প্ৰশাসনীয় সহায়ক আৰু কম্পিউটাৰ অপাৰেটৰ সকলক জনতা ভৱনলৈ অহা প্ৰতি গৰাকী ব্যক্তিৰ ওজৰ-আপত্তি নিৰাময়ৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছ আৰু মানৱীয় দৃষ্টিভংগিৰে কাম কৰাৰ বাবে আহ্বান জনায়।

আনহাতে অনুষ্ঠানতে সততা, স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বৰ্তমানৰ চৰকাৰখনৰ মুখ্য অগ্ৰাধিকাৰ বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে এই বিষয় সমূহক বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, সচিবালয় প্ৰশাসন বিভাগৰ প্ৰধান সচিব জিষ্ণু বৰুৱাৰ উপৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়াৰ লগতে গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd