• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰুজ্জীৱিত কৰিব জাতিৰ শৈল্পিক স্বাভিমানৰ প্ৰতীক সৰ্থেবাৰীৰ ‘কাঁহ শিল্প’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 8:21 am
IMG-20170512-WA0077

প্ৰতিনিধিত্বমূলক চিত্ৰ

319
VIEWS
Share on FacebookShare on Twitter

পুনৰ জীয়াই তুলিব লাগিব ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ ‘কাঁহ শিল্প’ । সৰ্থেবাৰীৰ ‘কাঁহ শিল্প’ জাতিৰ শৈল্পিক স্বাভিমানৰ প্ৰতীক। অকল কাঁহ শিল্পই নহয় সকলো থলুৱা উদ্যোগসমূহক নতুন মাত্ৰা প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে। এই মন্তব্য ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

উল্লেখ্য যে বৃহস্পতিবাৰ অৰ্থ্যাৎ ২১ জুনত বৰপেটা জিলাৰ সৰ্থেবাৰীত অসম কঁহাৰ শিল্পী সন্থাই আয়োজিত এখন সভাত উপস্থিত থাকি মন্ত্ৰী পাটোৱাৰীয়ে এই মন্তব্য কৰে।

বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰৰ সভাপতিত্বত অসম কঁহাৰ শিল্পী সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত পাটোৱাৰীয়ে কয় যে সৰ্থেবাৰীক মহকুমাৰ প্ৰয়োজন। স্বাধীনতাৰ পাছত গঠিত কোনো এখন এখন চৰকাৰে ৰাজ্যৰ উদ্যোগ খণ্ডটোৰ বিষয়ে নাভাবিলে। কিন্তু বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে এই ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰাটো ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ বাবে শুভ লক্ষণ।

আনহাতে চলিত বছৰত নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ বাবে এক লাখৰ পৰা দুই লাখ টকালৈ ঋণ আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰাৰ লগতে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ উন্নয়নৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

উল্লে্খ্য যে সভাত উপস্থিত থকা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ বৰপেটাৰ জি এম কৃষ্ণমোহন দাসক ফুলাম গামোচা, কাঁহৰ বঁটাৰে সম্বৰ্ধনা জনায়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd