• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথক ডিমা হাচাও জিলা গঠন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা হ’ব মন্ত্ৰী গোট : হিমন্ত বিশ্ব শৰ্মা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 29, 2018 10:49 pm
himanta biswa sarma on dima hacao

প্ৰতিনিধি দলৰ সৈতে মন্ত্ৰী ডঃ শৰ্মা

145
VIEWS
Share on FacebookShare on Twitter

পৃথক ডিমা হাচাও জিলা গঠন সন্দৰ্ভত বিবেচনা কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন কৰা হ’ব মন্ত্ৰী গোট। সুকীয়া জিলাখন গঠন সন্দৰ্ভত আজি ২৯ মাৰ্চত ইণ্ডিজেনাছ পীপলচ ফ’ৰাম আৰু ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামৰ এক প্ৰতিনিধি দলক দিচপুৰত হোৱা এক বৈঠকত এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিষয়টো সন্দৰ্ভত আলোচনা কৰা বাবে অহা ২১ এপ্ৰিলত হাফলঙলৈ আহিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বৈঠকত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই জনাই যে এই মন্ত্ৰী গোটৰ সৈতে হাফলং বা দিচপুৰত উপৰোক্ত বিষয় প্ৰসঙ্গত আলোচনা হ’ব।

বৈঠকত কোৱা হয় যে পৃথক জিলা গঠন ৰাজ্য চৰকাৰৰ এক্তিয়াৰত আছে। কিন্তু স্বায়ত্ত শাসিত পৰিষদ গঠন কেন্দ্ৰীয় চৰকাৰৰ বিষয় আৰু ইয়াৰ বাবে সংবিধান সংশোধন কৰিব লাগিব।

তথাপি এই বিষয়ত আলোচনাৰ মাধ্যমেৰে আগবঢ়াৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

পৃথক জিলা গঠনক বিজেপি মিত্ৰজোঁট চৰকাৰে অধিক গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে আইএছএফ সভাপতি ডেভিদ কেইভমে।

বৈঠকখনত বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যও উপস্থিত থাকে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd