কালি এজন যুৱ পৰিচালক মনজিৎ শৰ্মাৰ পত্নীয়ে চানমাৰি থানাত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ (মনজিৎ শৰ্মাই) অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰক্ষা কৰা বুলি অভিযোগ কৰে। তৃষ্ণা শৰ্মাই এজাহাৰখনত এইবুলিও অভিযোগ কৰে যে অভিনেত্ৰীগৰাকীৰ লগত থকা অবৈধ সম্পৰ্কৰ বাবেই মনজিৎ শৰ্মাই তেওঁক হত্যাৰ চেষ্টাও কৰিছিল। আৰক্ষীয়ে জনোৱামতে ঘৰুৱা হিংসা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।
প্ৰস্তুতি পৰাশৰৰ সৈতে পৰিচালকৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ
-
By Nenow
- Categories: অসম
Related Content
৭ বছৰ পূৰ্বে ৰে’লৰ পৰা চুৰি হৈছিল যাত্ৰীৰ বেগ, গাফিলতিৰ বাবে ৪.৭ লাখ জৰিমনা বিহিলে ৰে’লৱেক
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 10:36 am
গাজাত ইজৰাইলৰ অভিযানত নিহত হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 9:36 am
আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 8:46 am
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 8:27 pm