• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও জিলাত আবতৰীয়া ধুমুহাত বিস্তৰ ক্ষতি; নিমিষতে উছন হ’ল বহু ঘৰ-বাৰী

ইয়াছিন আলী by ইয়াছিন আলী
August 7, 2018 10:03 am
photo from Yeasin Ali, Kokila _20180807_070109

ফটো : নৰ্থ-ইষ্ট নাও

108
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাত আবতৰীয়া প্ৰলয়ংকাৰী বতাহ ধুমুহাত বিস্তৰ ক্ষতি হয় জনসাধাৰণৰ। প্ৰলয়ংকাৰী ধুমুহাত ঘৰ-বাৰী, গছ-গছনি আদিৰ বিস্তৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে।

প্ৰলয়ংকাৰী ধুমুহাত শৌলমাৰী অঞ্চলত ৰাস্তাৰ ওপৰতে গছ-গছনি পৰি যাতায়াত ব্যৱস্থা ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ইফালে শৌলমাৰীৰ আব্দুছ ছালাম নামৰ এজন লোকৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ পৰি নৱ নিৰ্মিত ঘৰখনৰ বিস্তৰ ক্ষতি হয় যদিও ঘৰৰ বাসিন্দাসকল কোনোমতেহে ৰক্ষা পৰে।

সোমবাৰৰ নিশা হোৱা বতাহ ধুমুহাৰ ফলত সমগ্ৰ অঞ্চলটোত বিশেষকৈ শৌলমাৰীৰ বহু কেইটা পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰি কেইবা ঠাইতো বিদ্যুতৰ তাঁৰ ছিঙি গছ-গছনি পৰি বিদ্যুত সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰে। আনহাতে নাম্বাৰপাৰা আৰু চাকলাতো বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে ধুমুহাত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনায় ক্ষতিগ্ৰস্ত জনতাই।

Recent News

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd