• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বনগাহৰিয়ে হত্যা কৰি ভক্ষণ কৰিলে মহিলাক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 4:10 pm
136
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৪ ডিচেম্বৰত ওদালগুৰিৰ খলিংদুৱাৰ অঞ্চলত বনৰীয়া গাহৰিৰ আক্ৰমণত এটি কেঁচুৱাৰ মৃত্যু হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আহত হৈছিল। এইবাৰ তাতকৈও এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বনগাহৰিৰ দ্বাৰা। জানিব পৰা মতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ককিলাবাৰী ফাৰ্মত কালি আবেলি বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। সূত্ৰটোৱে জনোৱা মতে মহিলাগৰাকীয়ে ককিলাবাৰীৰ কেন্দ্ৰীয় কৃষি পামৰ উল্টাইখুন্দা দাৰাপাৰত শাক বুটলি থকা অৱস্থাতে হঠাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনগাহৰিয়ে আক্ৰমণ কৰে। মহিলাগৰাকীৰ সৈতে তেওঁৰ ১০ বছৰীয়া নাতিনীজনীও আছিল। নাতিনীজনী যেনেতেনে দৌৰি সাৰে যদিও মহিলাগৰাকীক বনৰীয়া গাহৰিটোৱে আক্ৰমণ কৰি হত্যা কৰে আৰু শৰীৰ ছিন্ন-ভিন্ন কৰি পেলায়। নিহত মহিলাগৰাকীৰ নাম গংগা বড়ো আৰু তেওঁৰ ঘৰ বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত বাৰগাঁৱত।

 

Recent News

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়

অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ, তাৎক্ষণিকভাৱে বন্ধ কৰাৰ আহ্বান

যৌ*ন নিৰ্যাতনৰ বলি এটি পাঁচ বছৰীয়া শিশুক! আত্ম ৰক্ষাৰ চেষ্টা কৰাৰ বাবে হত্যা; আটক অসমৰ যুৱক

যৌ*ন নিৰ্যাতনৰ বলি এটি পাঁচ বছৰীয়া শিশুক! আত্ম ৰক্ষাৰ চেষ্টা কৰাৰ বাবে হত্যা; আটক অসমৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd