• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিত্তীয় বৰ্ষ প্ৰায় শেষ : এই চৰকাৰৰ দিনতো বিভাগবোৰত নিৰ্ধাৰিত পুঁজিৰ ৫০ শতাংশই ব্যয় নোহোৱাকৈ আছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 8:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনৰ ধ্বনিৰ পিঠিত উঠি চৰকাৰ গঠন হৈছিল যদিও পৰিৱৰ্তন হোৱা নাই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পুঁজি ব্যয়ৰ নীতি তথা গতি। চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰোঁ পৰোঁ, অথচ বিভাগবোৰত নিৰ্ধাৰিত পুঁজিৰ ৫০ শতাংশই ব্যয় নোহোৱাকৈ ৰৈ গৈছে। ফলত বিভাগবোৰত কৰিব লগীয়া কাম-কাজো যে আকাংক্ষিত গতিত হৈ থকা নাই এই ছবিখনো পোহৰলৈ আহিছে। পুঁজি ব্যয় আৰু তাৰ সৈতে সম্পৰ্ক থকা বিভাগবোৰৰ কাম-কাজৰ এই হতাশাজনক তথ্য জানিব পৰা গ’ল চলিত বিধানসভাৰ অধিৱেশনত। বিধানসভাত এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলামৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ বিত্ত বিভাগে দিয়া তথ্যত এই কথা জানিব পৰা গৈছে।

বিত্ত বিভাগে দিয়া তথ্যৰ পৰা গম পোৱা গৈছে যে চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগবোৰলৈ মুঠ প্ৰায় এক লাখ কোটি টকা (৯৫,৮৫৬.৩১ টকা) ধাৰ্য কৰা হৈছিল। কিন্তু যোৱা জানুৱাৰি মাহ পৰ্য্যন্ত আটাইবোৰ বিভাগে খৰচ কৰা পুঁজিৰ পৰিমাণ হ’ল ৪২,৯৩৪.৮৯ কোটি টকা (৪৪.৭৯ শতাংশ)। অৰ্থাৎ এতিয়াও আধাতকৈ অধিক টকা ব্যয় কৰিবলৈ বাকী আছে। অথচ হাতত মাত্ৰ ডেৰ-দুমাহ বাকী আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা গুৱাহাটী উন্নয়ন বিভাগে নিৰ্ধাৰিত পুঁজিৰ মাত্ৰ ৩.২৪ শতাংশহে ব্যয় কৰাৰ তথ্যও পোহৰলৈ আহিছে। সেইদৰে নিৰ্ধাৰিত পুঁজিৰ এই পৰ্য্যন্ত জলসম্পদ বিভাগে মাত্ৰ ৯.০৭ শতাংশ, নগৰ উন্নয়ন বিভাগে মাত্ৰ ১৩.২৮ শতাংশ, জলসিঞ্চন বিভাগে ২৪.৬১ শতাংশ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মাত্ৰ ২৪.৮৪ শতাংশ ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে।

এই হতাশাজনক তথ্যই এই কথা প্ৰমাণ কৰে যে চৰকাৰ পৰিৱৰ্তন হ’লেও বিভাগবোৰৰ বছৰটোৰ কৰ্ম পৰিকল্পনা যুগুতোৱা তথা কাৰ্য্যকৰী কৰা নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। পুঁজি থাকিও ব্যৱহাৰ নকৰাৰ ফলত বিভাগবোৰত উন্নয়নমূলক কামৰ গতি অতি লেহেমীয়া হোৱাৰ লগতে কোনো নতুনত্ব দেখা পোৱা নাযায়। এইদৰেই পূৰ্বৰ চৰকাৰবোৰৰ দিনতো হাজাৰ হাজাৰ কোটি টকা অব্যৱহৃত হৈ ৰৈ গৈছিল। আনকি কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পুঁজিও ব্যৱহাৰ কৰিব নোৱৰা বাবে ঘূৰি যোৱাৰ উদাহৰণ প্ৰায়ে ৰাইজে দেখি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

September 5, 2025 9:32 pm
অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

September 5, 2025 8:30 pm
আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

September 5, 2025 8:06 pm
মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

September 5, 2025 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

September 5, 2025 9:32 pm
অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

September 5, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd