• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশুদ্ধ খোৱাপানী যোগানৰ নামত বৰবিহ; ড্ৰিংকিং ৱাটাৰ বটল নহয় যেন কিলিং ৱাটাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 9, 2018 12:00 pm
IMG_20180508_131309
123
VIEWS
Share on FacebookShare on Twitter

এতিয়া ৰাজ্যত বিশুদ্ধ খোৱাপানী যোগানৰ নামত দোকানে দোকানে একাংশ কোম্পানীয়ে যোগান ধৰিছে বৰবিহ | খাদ্য অসমাৰিক যোগান বিভাগৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়াৰ অকৰ্মণ্যতাৰ বাবে ৰাজ্যত ড্ৰিংকিং ৱাটাৰৰ নামত পানী প্ৰস্তুত কৰা কোম্পানীয়ে এনেদৰে বৰবিহ খুৱাইছে জনসাধাৰণক।

তেনে এটা কোম্পানী হৈছে একুৱা ডিলাইট। বিশ্বনাথৰ বালিপুখুৰিৰ এখন পান দোকানত দৰং জিলাৰ খাৰুপেটীয়াৰ একুৱা ডিলাইট কোম্পানীটোৱে প্ৰস্তুত কৰা পানীৰ বটলে বটলে দেখা গৈছে নীলাপানী বা শেলাই নাইবা অপৰিস্কাৰযুক্ত পদাৰ্থ৷ যি পানী সেৱন কৰি অসুস্থ হৈ পৰিছে বিশ্বনাথ অঞ্চলৰ বহু লোক ৷

IMG-20180509-WA0022

বিশুদ্ধ খোৱাপানী যোগানৰ নামত একুৱা ডিলাইট নামৰ কোম্পানীটোৰ ড্ৰিংকিং ৱাটাৰ বটলৰ যোগান বন্ধ কৰাৰ দাবীত ইতিমধ্যে বিশ্বনাথ উপায়ুক্তৰ ওচৰত গ্ৰাহক সুৰক্ষা আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

শেহতীয়াকৈ অহা এক গোপন সুত্ৰৰ পৰা জানিব পৰা মতে ধৃত কোম্পানীটোৰ স্বত্তাধিকাৰীয়ে ৰাজ্যজুৰি হোৱা কোম্পানীটোৰ বদনামৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্যে কোম্পানীটোৰ ব্ৰেণ্ড নেম সলনি কৰাৰো যোজা কৰিছে ৷

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd