• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত সাংবাদিকৰ প্ৰশ্নত দাং খাই উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা 

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 4, 2018 9:11 pm
iftar party
152
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বনাথ জিলা প্ৰদেশ কংগ্ৰেছে বিশ্বনাথৰ হিমালয় বিবাহ ভৱনত আয়োজন কৰা ইফতাৰ পাৰ্টিত অংশ গ্ৰহণ কৰিবলৈ আহি এটা নিৰ্দিষ্ট টিভি চেনেলৰ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দাং খাই উঠে কংগ্ৰেছৰ সভাপতিগৰাকী।

এটা নিদিষ্ট টিভি চেনেলৰ সাংবাদিকে সাংবাদিকতাৰ নামত কালিমা সানিছে বুলি মন্তব্য তেওঁ কৰে। কিয়নো বিজেপিৰ বিৰুদ্ধে বিকল্প চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হলেও আপত্তি নাই বুলি এটা নিদিষ্ট টিভি চেনেলত যোৱা কালি কৰা সম্প্ৰচাৰ এটা সম্পুৰ্ণ অপপ্ৰচাৰ। একমাত্ৰ এটা নিদিষ্ট চেনেলটোতেই এই অপপ্ৰচাৰ চলিছে আৰু এইটো কেৱল টিভি চেনেলটোৰ মনে সজোৱা এক অপপ্ৰচাৰ বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰছৰ সভাপতি গৰাকীয়ে ।

আনহাতে এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি সভাপতি বৰাই  কয় যে বৰ্তমান সময়ত ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰা হৈছে, ধৰ্মৰ নামত সমাজৰ শান্তি সম্প্ৰীতি ভংগ কৰা হৈছে। তেখেতে সমাজৰ ভাতৃত্ববোধৰ এনাজৰীডাল আৰু দৃঢ় হোৱাৰ মানসেৰে আল্লাৰ ওচৰত দোৱা কৰে। তেখেতে আকৌ কয় যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু কংগ্ৰেছ দল এটা ধৰ্ম নিৰপেক্ষ দল। সেয়েহে কংগ্ৰেছ দলে সকলো ধৰ্মকে সমান চকুৰে চায়।

বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মী আৰু ইছলাম ধৰ্মালম্বী লোক সকলক সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়ায় বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  প্ৰেমলাল গঞ্জু , উত্তৰ অসম সংখ্যালঘূ কোষৰ উপসভাপতি ফাৰহাদ আহমেদ, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি আহমেদ আলি বিশ্বনাথ জিলা কংগ্ৰেছৰ উপসভাপতি নিত্য নাৰ্জাৰীকে আদি কৰি বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা খণ্ড আৰু মণ্ডল পৰ্যায়ৰ কৰ্মী সকলৰ লগতে প্ৰায় ন শতাধিক ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰি বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd