• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেংকক এফ চিত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত দুধনৈৰ পৰশ বড়ো

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 7:53 am
parash baro
178
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবল জগতত উত্তৰ-পূবৰ খেলুৱৈৰ চমকপ্ৰদ উত্তৰণৰ সময়তে অসমৰ আন এগৰাকী উদীয়মান খেলুৱৈয়ে কঢ়িয়াই আনিলে সুখবৰ। গোৱালপাৰা জিলাৰ দুধনৈৰ ফুটবল খেলুৱৈ পৰশ বড়ো ৱে বেংকক এফ চিত তিনিমহীয়া প্ৰশিক্ষণৰ বাবে আমণ্ট্ৰণ লাভ কৰিছে।

উল্লেখ্য যে দুধনৈৰ ছেণ্ট পিটাৰ নেশ্যনেল একাডেমিৰ ছাত্ৰ পৰশক যোৱা অক্টোবৰ-নবেম্বৰত দিল্লী য়ুনাইটেড এফ চি দলত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আমণ্ট্ৰণ জনাইছিল। এয়াই আছিল তেওঁৰ সফলতাৰ প্ৰথম আৰম্ভণি।  এই প্ৰশিক্ষণ শিবিৰৰ পৰাই ১৪ বছৰীয়া পৰশক বেংকক ফুটবল ক্লাবে নিৰ্বাচিত কৰে।

দুধনৈৰ বালাছাৰাৰ নিবাসী ৰামেশ্বৰ বড়োৰ কনিষ্ঠ সন্তান পৰশে দিল্লী য়ুনাইটেডৰ বাছনি শিবিৰত প্ৰতিভাৰ দুৰ্দান্ত প্ৰদৰ্শনত আকৃষ্ট হৈয়ে থাইলেণ্ডৰ ক্লাবটোৱে নিৰ্বাচিত কৰে।

সৰুৰে পৰা ফুটবল খেলৰ প্ৰতি মনত অদম্য হেপাহ কঢ়িয়াই লৈ ফুৰা পৰশে গোৱালপাৰা জিলাৰ হৈ ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।

মনকৰিবলগীয়া যে থাইলেণ্ডস্থিত বেংকক এফ চিয়ে অসমৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈক প্ৰদান কৰিছে ১০ নন্বৰ জাৰ্ছী। জানিব পৰা মতে অহা মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল’ব পৰশে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd