বেংক বিষয়া জুনু শৰ্মাৰ হত্যাৰ আঁৰত থকা ঋণ মাফিয়াৰ কাহিনী শুনক গাওঁবাসীৰ মুখেৰে

এটা এটা চহী সংগ্ৰহ কৰিয়ে গ্ৰাহকৰ নামত উলিয়াইছিল শ শ কোটি টকাৰ ঋণ