• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহিলাক কান্ধত ধৰি থেলি দিয়াৰ অধিকাৰ কোনে দিলে মন্ত্ৰী পিযুষ হাজৰিকাক?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2024 9:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰীশক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ নাক-কাণ কাটিলে হিমন্তৰ সোঁহাতস্বৰূপ মন্ত্ৰী পিযুষ হাজৰিকাই!মন্ত্ৰী পিযুষ হাজৰিকাৰ উগ্ৰমূৰ্তিৰ ভয়ংকৰ প্ৰতিফলন! অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে ৰুদ্ৰমূৰ্তি ধৰি মন্ত্ৰী পিযুষে এইবোৰ কৰিলে কি?

জনসমূদ্ৰ নিয়ন্ত্ৰণৰ ঠিকা লৈ মহিলাক ধমক সোধোৱাৰ লগতে কান্ধত ধৰি থেলিলে মন্ত্ৰী পিযুষ হাজৰিকাই! আগুৱাই যাব খোজা মহিলাক পিছফালৰ পৰা ধৰি বাধা দি কান্ধত ধৰি থেলি দিয়ে প্ৰতাপী খঙাল আৰু অহংকাৰী মন্ত্ৰী পিযুষ হাজৰিকাই….!
কেমেৰাত বন্দী হৈছিল সেই সমগ্ৰ দৃশ্য….উল্লেখ্য যে, বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈকে বাহিৰ কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ৰ মাজতে দেখা গৈছিল সেই দৃষ্টিকটু দৃশ্য!E Tv ভাৰতৰ কেমেৰাত বন্দী হৈছিল সেই সমগ্ৰ দৃশ্য!

আনকি মন্ত্ৰী পিযুষ হাজৰিকাই মহিলা আৰক্ষী কনিষ্টবলকো ধমক সোধোৱা দৃশ্যও বন্দী হৈছে কেমেৰাত!
উল্লেখযোগ্য যে, অমিত শ্বাহৰ‌ বাহন আগবঢ়াৰ লগে লগে পিচফালে দিনৰে পৰা ৰৈ থকা সমৰ্থকসকলৰ বহুত সংখ্যক উভতি ঘৰমুখী হ’বলৈ চেষ্টা কৰে ৷ কিন্তু তৎমূহূৰ্তত কৰবাৰ পৰা উগ্ৰমূৰ্তি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই ঘৰলৈ যাবলৈ বিচৰা মহিলাসকলক আগবাঢ়ি যোৱাত বাধা প্ৰদান‌ কৰে ৷ আনকি মহিলাসকলক মন্ত্ৰী পীযুষ হাজৰীকাই ধমকি লগোৱাৰ লগতে পিছফালৰ পৰা আগুৱাই যোৱাত বাধা দি কান্ধত ধৰি থেলিও দিলে এগৰাকী মহিলাক। পৰিলক্ষিত মন্ত্ৰীগৰাকীৰ লগত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো দৌৰি আহি মহিলাসকলক যাবলৈ বাধা দিয়ে।

Apply Now

তেওঁলোকে কৰ্মকৰ্তাসকলক ৰছী‌ বান্ধি পথত ভেটা দি‌ বহু সময় মহিলাসকলক ‌আৱদ্ধ কৰি‌ ৰাখে ৷এতিয়া প্ৰশ্ন হৈছে নাৰী শক্তি-সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দক্ষমন্ত্ৰীৰ এনে অভব্য আচৰণ কিয়? এয়াই নেকি নাৰীৰ প্ৰতি বিজেপি মন্ত্ৰীৰ সন্মান?এগৰাকী মহিলাক কান্ধত হাত দি থেলি দিয়াৰ অধিকাৰ কোনে দিলে মন্ত্ৰী পিযুষ হাজৰিকাক?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত নাৰী শক্তিৰ বন্দনা শুনাৰ বিপৰীতে বিজেপিৰ মন্ত্ৰীৰে যদি নাৰীৰ প্ৰতি এনে আচৰণ হয় তেন্তে বিজেপি চৰকাৰৰ দিনত মহিলা যে প্ৰকৃতাৰ্থত সুৰক্ষিত সেই কথাত কিছুমান প্ৰশ্নবোধক ৰৈ নাযাব নে? কেৱল শ্ল’গানতে সীমাবদ্ধ নেকি নাৰী সুৰক্ষাৰ প্ৰসংগ? বাস্তৱত ৰাজহুৱা স্থানত জনপ্ৰতিনিধিৰ এনেবোৰ কাণ্ডই যদি প্ৰতিফলিত হয় বিজেপিৰ নেতা-মন্ত্ৰীয়ে কোনখন মুখেৰে ক’ব বেটি বচাও বেটি পঢ়াও শ্ল’গান?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd