• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কেবিনেট মন্ত্ৰী অতুল বৰাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 14, 2018 4:21 pm
Image_1528968782947
232
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং পাহাৰৰ পৰা নামি অহা ডিফলু নদীৰ ধলে বুধবাৰে বোকাখাত আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ পাছত আজি পৰিস্থিতি কিছু পৰিমানে নিয়ন্ত্ৰিত হোৱা পৰিলক্ষিত হৈছে। বান পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হৈছে যদিও অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হয় বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা।

মন্ত্ৰী গৰাকীয়ে বোকাখাত নগৰৰ বান বিধস্ত ৱাৰ্ড বোৰৰ  লগতে,  মিলনপুৰ, কলাখোৱা আদি বান বিধস্ত অঞ্চল পৰিভ্ৰমন কৰি স্থানীয় লোকৰ সমস্যাৰ বুজ লয়৷ ইফালে বোকাখাতৰ চাৰি নম্বৰ বাৰ্ডৰ বান বিধস্ত এলেকা পৰিভ্ৰমনৰ সময়ত অঞ্চলটোৰ বাসিন্দাই মন্ত্ৰী গৰাকীৰ কাম-কাজত অসন্তুষ্ট হৈ তেওঁৰ ওচৰত ক্ষোভ উজাৰে৷ বান বিধস্ত অঞ্চলবোৰত তৎকালিন ভাৱে বান সাহায্য দিবৰ বাবে মন্ত্ৰী অতুল বৰাই বোকাখাতৰ মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে৷

IMG-20180614-WA0052

বানাক্ৰান্ত অঞ্চল ভ্ৰমন কৰি বৰ্নাত্য লোকৰ সৈতে আলোচনা কৰি  বান পৰিস্থিতি সম্পৰ্কত স্থানীয় প্ৰশাসনৰ সৈতেও আলোচনাত মিলিত হয়  মন্ত্ৰী অতুল বৰা৷ বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এই বৈঠকত বোকাখাতৰ মহকুমাধিপতিৰ উপৰি মহকুমাটোৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

আলোচনাত মন্ত্ৰী অতুল বৰাই শেষতীয়া ধলত ধ্বংস হোৱা বাট পথ মেৰামতিৰ বাবে তাৎক্ষণিক ভাৱে এষ্টিমেট প্ৰস্তুত কৰি কাম কৰিবলৈ সংশ্লিষ্ট বিভাগক মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে৷ বিদ্যুত আৰু স্বাস্থ্য বিভাগক সক্ৰিয়তাৰে কাম কৰাৰ লগতে বানাক্ৰান্ত অঞ্চললৈ গৈ সকলো কাৰ্য পৰিচালনা কৰিবলৈ আহ্বান জনায়৷ বান সাহাৰ্য আৰু পশুধন সমূহৰ যাতে খাদ্য প্ৰকৃত হিতাধিকাৰীয়েহে পাই তাৰ প্ৰতি চকু ৰাখিবৰ বাবে মহকুমা প্ৰশাসনকো নিৰ্দেশ দিয়ে অতুল বৰাই।

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd