• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কেবিনেট মন্ত্ৰী অতুল বৰাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 14, 2018 4:21 pm
Image_1528968782947
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং পাহাৰৰ পৰা নামি অহা ডিফলু নদীৰ ধলে বুধবাৰে বোকাখাত আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ পাছত আজি পৰিস্থিতি কিছু পৰিমানে নিয়ন্ত্ৰিত হোৱা পৰিলক্ষিত হৈছে। বান পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক হৈছে যদিও অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হয় বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা।

মন্ত্ৰী গৰাকীয়ে বোকাখাত নগৰৰ বান বিধস্ত ৱাৰ্ড বোৰৰ  লগতে,  মিলনপুৰ, কলাখোৱা আদি বান বিধস্ত অঞ্চল পৰিভ্ৰমন কৰি স্থানীয় লোকৰ সমস্যাৰ বুজ লয়৷ ইফালে বোকাখাতৰ চাৰি নম্বৰ বাৰ্ডৰ বান বিধস্ত এলেকা পৰিভ্ৰমনৰ সময়ত অঞ্চলটোৰ বাসিন্দাই মন্ত্ৰী গৰাকীৰ কাম-কাজত অসন্তুষ্ট হৈ তেওঁৰ ওচৰত ক্ষোভ উজাৰে৷ বান বিধস্ত অঞ্চলবোৰত তৎকালিন ভাৱে বান সাহায্য দিবৰ বাবে মন্ত্ৰী অতুল বৰাই বোকাখাতৰ মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়ে৷

Apply Now

IMG-20180614-WA0052

বানাক্ৰান্ত অঞ্চল ভ্ৰমন কৰি বৰ্নাত্য লোকৰ সৈতে আলোচনা কৰি  বান পৰিস্থিতি সম্পৰ্কত স্থানীয় প্ৰশাসনৰ সৈতেও আলোচনাত মিলিত হয়  মন্ত্ৰী অতুল বৰা৷ বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এই বৈঠকত বোকাখাতৰ মহকুমাধিপতিৰ উপৰি মহকুমাটোৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

আলোচনাত মন্ত্ৰী অতুল বৰাই শেষতীয়া ধলত ধ্বংস হোৱা বাট পথ মেৰামতিৰ বাবে তাৎক্ষণিক ভাৱে এষ্টিমেট প্ৰস্তুত কৰি কাম কৰিবলৈ সংশ্লিষ্ট বিভাগক মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে৷ বিদ্যুত আৰু স্বাস্থ্য বিভাগক সক্ৰিয়তাৰে কাম কৰাৰ লগতে বানাক্ৰান্ত অঞ্চললৈ গৈ সকলো কাৰ্য পৰিচালনা কৰিবলৈ আহ্বান জনায়৷ বান সাহাৰ্য আৰু পশুধন সমূহৰ যাতে খাদ্য প্ৰকৃত হিতাধিকাৰীয়েহে পাই তাৰ প্ৰতি চকু ৰাখিবৰ বাবে মহকুমা প্ৰশাসনকো নিৰ্দেশ দিয়ে অতুল বৰাই।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd