• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ কৃত্ৰিম হ্ৰদ সন্দৰ্ভত ভাৰতৰ সৈতে তথ্য বিনিময় কৰিব চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনা বিদেশ মন্ত্ৰ্যালয়ে আজি প্ৰকাশ কৰা অনুসৰি ভাৰতত আচম্বিত ভয়াৱহ বানপানীৰ আশংকা সৃষ্টি কৰা, ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰ নদীত ভূমিস্খলনসৃষ্ট বৃহৎ কৃত্ৰিম হ্ৰদ সমূহেৰে মোকাবিলা কৰিবৰ বাবে ভাৰতৰ সৈতে চীনে তথ্য বিনিময় কৰিব। এন দি টিভিৰ প্ৰতিবেদন অনুসৰি যোৱা মাহত তিব্বতত হোৱা ৬.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ভূমিস্খলনে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ টা বৃহৎ কৃত্ৰিম সৰোবৰৰ সৃষ্টি কৰিছে। সেই হ্ৰদ সমূহৰ আকাৰ আৰু পানীৰ পৰিমাণ আজি পৰ্যন্ত নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। হ্ৰদকেইটাত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ ফলত আশংকৰা সৃষ্টি হৈছে যে কিবা কাৰণত সেই হ্ৰদ সমূহ পৰস্পৰ সংলগ্ন হৈ পৰিলে বা ভাগি গ’লে নামনি অংশ অৰুণাচল প্ৰদেশ আৰু অসমৰ লাখ লাখ নৈপৰীয়া লোক ক্ষতিগ্ৰস্ত হ’ব। বেইজিঙত চীনা বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হুৱা চুনইঙে সংবাদ মাধ্যমক জনায়, ‘সীমাৰ দুয়োপাৰে থকা নদী সমূহ সন্দৰ্ভত চীনে ভাৰতৰ সৈতে তথ্য বিনিময় কৰিব।’ তেওঁ কয় যে চীনা কৰ্তৃপক্ষৰ অনুসন্ধান অনুসৰি হ্ৰদ সমূহ ভাৰত চীন সীমান্তৰ পূব অংশত সৃষ্টি হৈছে। উপগ্ৰহে ধৰা পেলোৱা  হ্ৰদ সমূহ সন্দৰ্ভত ওলোৱা প্ৰতিবেদন সমূহৰ প্ৰসংগত তেওঁ জনায়, ‘এইবোৰ প্ৰাকৃতিক কাৰণত সৃষ্টি হৈছে, মানৱ সৃষ্ট নহয়।’ চীনৰ শুকান জিনজিয়াং অঞ্চললৈ বৃহৎ আকাৰৰ সুৰংগৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিব খোজা ফলতে তীব্ৰ জলপ্ৰদূষণ হোৱা বুলি ওলোৱা প্ৰতিবেদন সমূহ চীনে পূৰ্বতেই অস্বীকাৰ কৰিছিল। খবৰ অনুসৰি দিল্লীত যোৱা ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীনা ষ্টেট কাউন্সিলৰ ইয়াং জিয়েচিৰ মাজত হোৱা ২০ সংখ্যক সীমান্ত আলোচনাত এই বিষয়টো আলোচিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm
গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

September 12, 2025 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd