• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত সফলতাৰে চলিছে ভাইব্ৰেণ্ট নৰ্থ ইষ্ট এক্সপ’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2018 12:17 pm
northeast
100
VIEWS
Share on FacebookShare on Twitter

উত্তৰ- পূবক দেশৰ অন্যান্য অংশৰ লগত সমানে আগুৱাই নিয়াৰ উদ্দেশ্যে আৰম্ভ হোৱা তিনিদিনীয়া ভাইব্ৰেণ্ট নৰ্থ ইষ্ট এক্সপ’ সফলতাৰে চলি আছে।

পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, খানাপাৰাত অনুষ্ঠিত এক্সপ’খন চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু ইণ্ডিয়ান কাউন্সিল অৱ ফুড এণ্ড এগ্ৰিকালচাৰৰ যৌথ সহযোগিতাত অনুষ্ঠিত কৰা হৈছে। মিজোৰামৰ ৰাজ্যিক পৰিকল্পনা পৰিষদৰ সচিব পিএল থাংগাই উদ্ধোধনী অনুষ্ঠানত ভাষণ আগবঢ়াই কয়— ‘উত্তৰ- পূৰ্বাঞ্চলৰ এক চহকী ইতিহাস আছে। কৃষি ক্ষেত্ৰত এই অঞ্চলৰ সম্ভাৱনীয়তা বহু বেছি।সেয়েহে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই খণ্ডৰ বিকাশৰ বাবে কেতবোৰ নতুন আঁচনি গ্ৰহণ কৰিছে।কৃষক সকলক লাভাৱান্বিত কৰিবলৈ তেওঁলোকক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংযোগ স্থাপন কৰি দিবলৈ এক্সপ’খনৰ আয়োজন কৰা হৈছে।‘

আনহাতে একেটা অনুষ্ঠানতে চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ অধ্যক্ষ ড০ আনিছ আনছাৰিয়েও ভাষণ প্ৰসংগত কৃষি খণ্ডত উত্তৰ- পূবৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে।

উল্লেখযোগ্য যে এক্সপ’খনত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, মহিলা আৰু শিশু উন্নয়ন, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে বিভিন্ন বিষয়ক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত এনচিডিচিৰ পৰিচালন সঞ্চালক সুদীপ কুমাৰ নায়কৰ লগতে ভালেকেইটা চৰকাৰী বিভাগৰ কৰ্মকৰ্তা উপস্থিত আছিল।

 

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd