• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কুমুদ চন্দ্ৰ কলিতাক ১২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 7:55 pm
গ্ৰেপ্তাৰ হোৱা আইএএছ বিষয়া কুমুদ চন্দ্ৰ কলিতাক গুৱাহাটীত আদালতলৈ নিয়াৰ মুহূৰ্তত। ফটো : ইউবি ফটো

গ্ৰেপ্তাৰ হোৱা আইএএছ বিষয়া কুমুদ চন্দ্ৰ কলিতাক গুৱাহাটীত আদালতলৈ নিয়াৰ মুহূৰ্তত। ফটো : ইউবি ফটো

114
VIEWS
Share on FacebookShare on Twitter

গ্ৰেপ্তাৰ হোৱা ভাৰতীয় প্ৰশাসনীয় বিষয়া কুমুদ চন্দ্ৰ কলিতাক মঙলবাৰে এখন বিশেষ ন্যায়াধীশৰ আদালতে ১২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

সমাজ কল্যাণ বিভাগত সংঘটিত ২,০০০ কোটি টকীয়া কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সোমবাৰে কলিতাক গ্ৰেপ্তাৰ কৰা হৈছিল।

৫৮ বছৰীয়া কলিতাই ২০১৪ আৰু ২০১৫ চনত বিভাগটোৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে উক্ত কেলেংকাৰীটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

বহুদিন আত্মগোপন কৰি থকা কলিতাক শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে কলিতাৰ বিষয়ে তথ্য দিওঁতাক ১ লাখ টকাৰ নগদ উপহাৰৰ কথা ঘোষণা কৰিছিল।

দুৰ্নীতিৰ অভিযোগত নিলম্বিত কলিতা হৈছে বহু কোটিটকীয়া কেলেংকাৰীটোত অভিযুক্ত ১১ গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী ব্যক্তি। এতিয়ালৈকে ৮ গৰাকী বিষয়াক অসম আৰক্ষীৰ নিৰীক্ষণ তথা দুৰ্নীতি নিবাৰক বিভাগে গ্ৰেপ্তাৰ কৰিছে।

আন এক ঘটনাত অপৰাধ অনুসন্ধান শাখাই কৃষি বিভাগত সংঘটিত বহু কোটিটকীয়া কেলেংকাৰীত জড়িতৰ অভিযোগত দুজন ঠিকাদাৰ পীযুষ কান্তি দে আৰু অজিত ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক বিশেষ আদালতত হাজিৰ কৰাৰ পিছত তিনিদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd