• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূপেন্দৰ সিঙৰ হত্যাকণ্ডত ব্যৱহৃতৰ সন্দেহত চালকসহ ইন’ভা জব্দ টীয়ক আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 5:14 pm
ইন'ভা
111
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী জয়ানগৰস্থিত নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰ ভূপেন্দৰ সিঙক যোৱা ১৩ জানুৱাৰিৰ নিশা এখন ইন’ভা গাড়ীয়ে ৰহস্যজনকভাৱে খুন্দিয়াই হত্যা কৰিছিল।

শনিবাৰে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত যোৰহাট জিলাৰ টীয়ক হাঁহচৰাত টীয়ক আৰক্ষীয়ে এ এছ ০১ এ ৱাই ৯৯৩৭ নম্বৰৰ এখন ইন’ভা গাড়ী জব্দ কৰে। সম্প্ৰতি ইন’ভাখনৰ লগতে চালক দিবজ্যোতি পাত্ৰক বশিষ্ঠ থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

নিশা আৰক্ষীয়ে জব্দ কৰা ইন’ভাখনত দুৰ্ঘটনাৰ চিন থকালৈ চাই আৰক্ষীয়ে ভূপেন্দৰ সিঙৰ হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে চালক দিবজ্যোতি পাত্ৰক অধিক তথ্যৰ উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে।

জাকিৰ হুছেইনৰ নামত পঞ্জীকৃত ইন’ভাখনৰ গৰাকী আব্দুল ৰাজ্জাক বুলি জানিব পৰা গৈছে। আনহাতে খবৰ অনুসৰি দিবজ্যোতি পাত্ৰই আব্দুল ৰাজ্জাকৰ পৰা গাড়ীখন ক্ৰয় কৰাৰ কথা আছিল।

উল্লেখযোগ্য যে আৰক্ষীয়ে বৰ্তমানলৈকে নাগামিজ ৰেষ্টুৰেণ্টৰ মেনেজাৰ ভূপেন্দৰ সিঙৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে ভূপেন্দৰ সিঙৰ পৰিয়ালে এই হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীৰ শুং-সূত্ৰ দিওঁতাজনক ২ লাখ টকাৰ পুৰস্কাৰ দিব বুলিও জানিব পৰা গৈছে।

 

 

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd