• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত শীঘ্ৰে মুকলি হ’ব বি পি অ’ কেন্দ্ৰ; এছ টি পি আইৰ সঞ্চালক প্ৰধানৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 28, 2018 6:12 pm
99
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে শীঘ্ৰে মাজুলীত এটা ‘বিজনেছ প্ৰচেছ আউটছ’ৰ্চিং’ (বি পি অ’) আৰম্ভ কৰিবলৈ যাৱতীয় প্ৰস্তুতি চলাইছে।

যোৱা ২ ফেব্ৰুৱাৰিত গুৱাহাটীত কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মাজুলীত এটা বি পি অ’ কেন্দ্ৰ স্থাপনৰ বাবে মন্ত্ৰ্যালয়টোৱে সিদ্ধান্ত লোৱাৰ কথা ষোঘণা কৰাৰ পিছত উক্ত মন্ত্ৰ্যালয়ৰ অধীনৰ ‘ছফ্টৱেৰ টেকন’ল’জি পাৰ্কছ অব ইণ্ডিয়া’ (এছ টি পি আই)-এ বি পি অ’টো অতি শীঘ্ৰে মুকলি কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত কালি অৰ্থাৎ শুক্ৰবাৰে মাজুলীত আহি উপস্থিত হোৱা এছ টি পি আইৰ সঞ্চালক প্ৰধান ড০ ওমকাৰ ৰায়, জেষ্ঠ সঞ্চালক দেৱেশ ত্যাগী আৰু গুৱাহাটীৰ আঞ্চলিক সঞ্চালক প্ৰবীৰ কুমাৰ দাসে কালি সন্ধিয়া মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

উক্ত আলোচনাটোত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত নৰেণ দাসেও অংশগ্ৰহণ কৰে।

আনহাতে আলোচনা চলি থকাৰ মাজতে উপায়ুক্ত মিশ্ৰই মাজুলীলৈ দলটো অহাৰ বিষয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক টেলিফোন যোগে অৱগত কৰাত মুখ্য মন্ত্ৰীয়েও এছ টি পি আইৰ সঞ্চালক প্ৰধান ড০ ৰায়ৰ লগত টেলিফোনত এই সন্দৰ্ভত কথা পাতে।

উল্লেখযোগ্য যে বি পি অ’ হৈছে গ্ৰাহকক সেৱা প্ৰদান কৰা নিৰ্দিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানৰ হৈ গ্ৰাহকক পোনপটীয়া যোগাযোগ স্থাপনৰ তথ্য প্ৰযুক্তিৰ আধাৰিত ব্যৱস্থা।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd