• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিলিন্দ সুমনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে অংকিতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 10:59 am
MS-3-570x320
174
VIEWS
Share on FacebookShare on Twitter

মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক তথা ফিটনেছ প্ৰম’টাৰ মিলিন্দ সুমনে তেওঁৰ প্ৰেমিকা গুৱাহাটীৰ এগৰাকী বিমান পৰিচাৰিকা অংকিতা কোঁৱৰৰ সৈতে উঠা কিছু অন্তৰংগ মুহূৰ্তৰ ছবি ইনষ্টাগ্ৰমাত শ্বেয়াৰ কৰিছে। দুয়োজনে তেওঁলোকৰ সাহচৰ্যৰ চতুৰ্থ বাৰ্ষিকী পালন কৰিছে।

৫২ বৰ্ষীয় মিলিন্দে বিমান পৰিচাৰিকা অংকিতাৰ সৈতে সুখী সম্বন্ধ অতিবাহিত কৰিছে।

অংকিতাইয়ো তেওঁৰ মিলিন্দৰ সৈতে নিকট সান্নিধ্যৰ কিছু ছবি শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰামত অংকিতাই প্ৰেম-সম্ভাষণৰ উমাল বাৰ্তাৰে ছবিসমূহ আপলোড কৰিছে।

তেওঁলোক দুয়োজনেই তেওঁলোকৰ সম্পৰ্ককলৈ অতি মুখৰ আৰু কেতিয়াও তেওঁলোকৰ প্ৰেমৰ নিবিড় সম্পৰ্কৰ কথা বাহিৰলৈ অনাত ইজনে সিজনক বাধা দিয়া নাই।

M-S

 

দুয়োজনৰ মাজত থকা বয়সৰ ব্যৱধানৰ বাবে তেওঁলোকৰ বিষয়টো আলোচনাৰ মাজলৈ আহিছিল আৰু এতিয়া তেওঁলোকৰ তেওঁলোকৰ সম্পৰ্কৰ এটা নতুন মাত্ৰাত উপনীত হৈছে।

বিমান পৰিচাৰিকা অংকিতাৰ সৈতে মিলিন্দ সুমনৰ সম্পৰ্কটো মিলিন্দে ৰাজহুৱা কৰাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেম জীৱনৰ বিষয়ে চৰ্চা হৈ আহিছে।

যেতিয়া ছুপাৰ মডেল মিলিন্দ সুমনে তেওঁৰ প্ৰেমিকা ২৬ বছৰীয়া অংকিতাৰ বিষয়ে ঘোষণা কৰিছিল ছচিয়েল মিডিয়াত তেওঁ কটূ সমালোচনাৰ সন্মুখীন হৈছিল।

অৱশ্যে, অভিনেতা গৰাকীয়ে এই সকলো সমালোচনাকে হেলাৰঙে অতিক্ৰম কৰি তেওঁলোকৰ সম্পৰ্কক স্থায়ী কৰি তুলিছিল।

প্ৰেমিক যুগলে একেলগে থকাৰ উপৰি একেলগে মাৰাথন দৌৰত ভাগ লয়। এক বাতৰি অনুসৰি মিলিন্দে অংকিতাকো নিজৰ দৰে এগৰাকী মাৰাথনবিদ কৰি তুলিব বিচাৰে।

শেহতীয়া এক বাতৰি মতে মিলিন্দে এই বছৰৰ প্ৰথমভাগত অংকিতাৰ গৃহ চহৰ গুৱাহাটীলৈ আহি তেওঁৰ পিতৃ-মাতৃক সাক্ষাৎ কৰিছিল।

MS-1

তেওঁ লগতে অংকিতাৰ ভতিজাৰ জন্মদিনত উপস্থিত আছিল আৰু তাতেই আনুষ্ঠানিকভাৱে কোঁৱৰৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে পৰিচয় হৈছিল।

যদিও অংকিতাৰ পৰিয়ালৰ বাবে দুয়োজনৰ মাজৰ বয়সৰ ব্যৱধানটো এটা আপত্তিৰ কাৰণ আছিল, মিলিন্দক লগ পোৱাৰ পিছত তেওঁলোকে সেইটো আওকান কৰিছে।

এতিয়া তেওঁলোকে পৰিয়ালৰ আশীৰ্বাদ লাভ কৰাৰ পিছত ২০১৮ ত তেওঁলোকে সম্পৰ্কটোক আনুষ্ঠানিকতা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

মিলিন্দ সুমনে প্ৰথমতে ফৰাচী অভিনেত্ৰী মাইলীন জেমপানইক ২০০৬ চনত বিয়া পাতিছিল যদিও তিনি বছৰ পিছত তেওঁলোকৰ বিচ্ছেদ হয়।

 

Recent News

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd