• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মোদীজী আহে, প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন গ’লে পাহৰি যায়’ : ত্ৰিপুৰাত প্ৰধান মন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

পান্না ঘোষ by পান্না ঘোষ
February 16, 2018 6:44 pm
rahul gandhi in tripura

ত্ৰিপুৰাত ৰাহুল গান্ধী

166
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা আজি কৈলাশৰত এক জন সভাক সম্বোধন কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে।

মোদীক আক্ৰমণ কৰি গান্ধীয়ে কয়, ‘মোদীজী আহে, ২, ৩ টা প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন পাৰ হ’লে পাহৰি যায়। য’লৈকে যায়, তাতে কিবা নহয় কিবা মিছা প্ৰতিশ্ৰুতি দি গুচি যায়।’

বিজেপিয়ে ধাৰাৱাহিকভাৱে মিছা মাতি অহা আৰু ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহক সন্মান নকৰা বুলি কংগ্ৰেছ সভাপতিগৰাকীয়ে দলটোক সমালোচনা কৰে।

ৰাহুলে কয় ‘দেশৰ লাখ লাখ যুৱক-যুৱতীৰ সংস্থান নাই, অথচ তাক লৈ প্ৰধান মন্ত্ৰীৰ মুখত এটাও শব্দ নাই।’

কংগ্ৰেছ সভাপতিগৰাকীয়ে শাসনাধিষ্ঠিত চিপিআইএমকো সমালোচনা কৰে যদিও বিজেপিহে তেওঁৰ আক্ৰমণৰ প্ৰধান লক্ষ্য হোৱা দেখা গ’ল।

ত্ৰিপুৰাৰ উনাকতি জিলাৰ ৰামকৃষ্ণ মহাবিদ্যালয় ষ্টেডিয়ামৰ এই জনসভা্ত যথেষ্টসংখ্যক কংগ্ৰেছ সমৰ্থকে অংশগ্ৰহণ কৰে।

অহা ১৮ ফেব্ৰুৱাৰিত একেটা পৰ্য্যায়তে আটাইকেইটা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ত্ৰিপুৰাৰ ফলাফল ঘোষিত হ’ব ৩ মাৰ্চত।

Recent News

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd