• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শান্তি-সম্প্ৰীতি ৰক্ষা আৰু উৰা বাতৰি প্ৰতিহত কৰাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ ৰাজহুৱা সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 10, 2018 4:51 pm
IMG-20180610-WA0030
101
VIEWS
Share on FacebookShare on Twitter

সোপাধৰাৰ নামত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নাৰকীয় ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ মহকুমা প্ৰশাসনে আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত এখন ৰাজহুৱা সভাৰ আয়োজন কৰে৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সোপাধৰাৰ উৰা বাতৰিৰ লগতে কাৰ্বি আংলং ঘটনাৰ পাছত জিলাখনৰ গাতে লাগি থকা বোকাখাত মহকুমাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবেই মহকুমা প্ৰশাসনে এই সভাৰ আয়োজন কৰে বুলি জনায়৷

মহকুমাধিপতি বিবেক শ্যামৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া,  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত,  নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতি,  সহকাৰী আয়ুক্ত শান্তনু গগৈৰ লগতে আছু,  আটছাৰ প্ৰতিনিধি,  চাহ বাগিছাৰ পৰিচালক আৰু বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা,  ইলেক্ট্ৰনিকচ মিডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যন আৰু কাজিৰঙাৰ সাংবাদিক সন্থাৰ সদস্যসকলে এই বৈঠকত অংশ গ্ৰহন কৰে৷

বৈঠকত উপস্থিত থকা বিভিন্ন দল সংগঠনে শান্তি সম্প্ৰতি বজাই ৰাখিবৰ বাবে আৰু প্ৰচাৰিত উৰা বাতৰি ৰোধ কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷

উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ সীমাত থকা বজাৰ বোৰত আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা, গাওঁৰক্ষী বাহিনী বোৰক সক্ৰিয় কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলবোৰত শান্তি-সম্প্ৰীতি অটুত ৰখাৰ বাবে আৰু সোপাধৰা বা তেনেধৰণৰ অপপ্ৰচাৰ ৰোধ কৰাৰ বাবে প্ৰধানকৈ চাহ বাগিচাবোৰত সজাগতা সভা পতাৰ বাবে বৈঠকতে সিদ্ধান্ত গ্ৰহন কৰে৷

ইফালে অনা অসমীয়া ব্যৱসায়ীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহনৰ বাবে আৰক্ষীক অৱগত কৰে৷ আনহাতে সোপাধৰা বা তেনেধৰণৰ উৰা বাতৰি বা শান্তি-সম্প্ৰীতি বিঘ্নিত হ’ব পৰা যিকোনো পোষ্ট ফেচবুক বা হোৱাটছএপত নিদিবৰ বাবে বৈঠকত মহকুমাধিপতি বিবেক শ্যামে সকলোকে আহ্বান জনায়৷

Recent News

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd