• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিঙৰা নদীৰ বানত লখিমপুৰত এসপ্তাহ ধৰি পানীৰ তলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
July 9, 2018 1:20 pm
Flood water crossing NH-15 at Lakhimpur
136
VIEWS
Share on FacebookShare on Twitter

বিগত কেইবাদিন ধৰি শিঙৰা নদীৰ বাঢ়নি পানীয়ে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ সমান্তৰালকৈ উজনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত সাধাৰণ জনতাৰ লগতে যাত্ৰীসকল বিশেষ সমস্যাত পৰা পৰিলক্ষিত হৈছে।

যোৱা এসপ্তাহ ধৰি অব্যাহত থকা শিঙৰা নদীৰ তাণ্ডৱে ইতিমধ্যে দলহাট ফুলবাৰী সংযোগী পথটোৰ দলহাট তিনিআলিৰ সমীপত প্রায় ১০০ মিটাৰ পথ বিচ্ছিন্ন কৰি পেলোৱাৰ পাছতে শিঙৰা নদীয়ে নিজৰ বোৱতি পথ সলাই পেলাই পথৰ ভঙা অংশৰে ববলৈ লয়।

আনহাতে এতিয়া শিঙৰা নদীৰ পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোও বুৰাই পেলাইছে। বিগত কেইবাদিন ধৰি ঘাইপথটোৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত এতিয়া ধেমাজী জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ দুখনকৈ জিলাৰ মাজত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।

জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাত্ৰীবাহী গাড়ীসমূহ সম্পূৰ্ণ জিলা প্ৰশাসন আৰু সুৰক্ষা কৰ্মীৰ তত্বাৱধানত চলাচল কৰি আছে।

আনহাতে অৰুণাচল প্ৰদেশত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত লখীমপুৰৰ উপৰি বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাতো বানে সংহাৰী ৰূপ ধাৰণ কৰি বহু কেইখন গাওঁ জলমগ্ন কৰি তুলিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd