• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশু সাৰথিৰ শিক্ষাৰ্থীৰে মাইক্ৰ’ছফট ৰিছাৰ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালকৰ আলাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 1:56 pm
micrososft-
225
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মাইক্ৰ’ছফট ৰিছাৰ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক শ্ৰীৰাম ৰাজামণিৰ সৈতে গুৱাহটীৰ শিশু সাৰথিয়ে বিশেষভাৱে সক্ষম শিশুসকলৰ এক আলাপ অনুষ্ঠিত কৰে।

উক্ত আলাপত ৰাজামণিয়ে বিশেষভাৱে সক্ষম লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত মত ব্যক্ত কৰে।

অনুষ্ঠানটোত অংশ্ৰগ্ৰহণ কৰি ৰাজামণিয়ে কয়— সণ্মিলিত সুবিধা সৃষ্টিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

তেওঁ লগতে সমাজিক উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত মাইক্ৰ’ছফটে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

উল্লেখ্য যে বিশেষভাৱে সক্ষমসকলৰ বাবে শিশু সাৰথিয়ে বিগত বহু বছৰৰ পৰা কাম কৰি আহিছে।

আজি মাইক্ৰ’ছফট ৰিছাৰ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজামণিক প্ৰতিষ্ঠানটোত উষ্ম আদৰণি জনায় শিক্ষাৰ্থীসকলৰ লগতে কৰ্মচাৰী আৰু অন্যান্য বিষয়ববীয়াসকলে।

আনহাতে অনুষ্ঠানটোৰ সামৰণি ভাষণত শিশু সাৰথিৰ কাৰ্যবাহী সঞ্চালক আৰমান আলীয়ে নতুন প্ৰযুক্তিৰ জ্ঞানৰ অভাৱত এইক্ষেত্ৰত কাম কৰি থকা বিভিন্ন সংস্থাই ভোগ কৰা অসুবিধাৰ কথা উল্লেখ কৰে।

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd