• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহস্ৰাধিক ভক্তৰ উপস্থিতিত মাজুলী আউনীআটী সত্ৰৰ ৪০০ বৈষ্ণৱৰ বাবে ৯৭ টা ‘বহা’ উদ্বোধন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 23, 2018 12:59 pm
20180623-123426_
165
VIEWS
Share on FacebookShare on Twitter

অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম আকৰ মাজুলীৰ আউনীআটী সত্ৰই পালে নতুন ৰূপ। ৩৭৩ বছৰ পূৰ্বেই মাজুলীত প্ৰতিষ্ঠা পোৱা সত্ৰখনিৰ ভকত বৈষ্ণৱ থকা বহা সমুহ ক্ৰমাৎ জহি খহি যাবলৈ ধৰিছিল। ভকত বৈষ্ণৱ থকা বহা স্থান ক্ৰমে জৰাজীৰ্ণ হ’বলৈ ধৰাৰ ফলত নাম কীৰ্ত্তন, সত্ৰীয়া কলা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত ব্ৰতী থকা ভকত বৈষ্ণৱসকলৰ থকা-খোৱাৰ লগতে নিয়মীয়া ধৰ্মীয় কাম-কাজ সমুহ সম্পন্ন কৰাটোৱেই অসুবিধা হৈ পৰিছিল।

সত্ৰৰ বৈষ্ণৱ সকলৰ এই দূখ সহিব নোৱাৰি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে প্ৰায় ষাঠি লাখ টকা ব্যয় কৰি সত্ৰৰ ৪০০ বৈষ্ণৱৰ বাবে ৯৭ খন বহা নিৰ্মাণ কৰাই উলিয়ায়। দীৰ্ঘ দিনৰ নিৰ্মাণ কাৰ্যৰ পিছত বৃহস্পতিবাৰে সত্ৰাধিকাৰে সত্ৰৰ নতুন গৃহ সমুহ শুভ উদ্বোধন কৰে।

ৰাতিলৈ মাজুলীৰ সকলো প্ৰান্তৰ ভকত বৈষ্ণৱ সকলক নিমন্ত্ৰন কৰি  ভক্তিভাৱেৰে আয়োজন কৰা বিশেষ অনুষ্ঠান সত্ৰৰ পৰম্পৰাগত বাৰ্ষিক উৎসৱ ‘বৈৰাগী নাম’ৰ আয়োজন কৰে । সত্ৰৰ চৌপাশ মিঠাতেলৰ চাকিৰ পোহৰত উজ্বলি উঠে । হৰি নামৰ ধ্ধনিত মূখৰিত হৈ পৰে সত্ৰৰ চৌহদ । বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা দূখ কষ্টৰ পিছত ভকত বৈষ্ণৱ সকলে ন গৃহত প্ৰবেশ কৰি পৰম সন্তোষ লাভ কৰে ।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd