• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাজেলাৰ ইংগিত : ৩০ জুনত এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ সম্ভাৱনা ক্ষীণ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 7:56 am
Prateek Hejela

প্ৰতীক হাজেলাৰ ফাইল ছবি

87
VIEWS
Share on FacebookShare on Twitter

অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ সম্ভাৱনা ক্ষীণ। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া ইংগিত অনুসৰি ৩০ জুনত এন আৰ চিৰ খচৰা প্ৰকাশ হোৱাৰ কোনে সম্ভাৱনা নাই।

সংবাদ মাধ্যমক হাজেলাই দিয়া ইংগিত অনুসৰি বিষয়াসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এন আৰ চিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা ক্ষীণ। বৰাক উপত্যকাৰ তিনিখন জিলাৰ বানৰ বাবে প্ৰায় এসপ্তাহৰো অধিক সময় ধৰি সম্পূৰ্ণ খচচৰা প্ৰকাশৰ কাম বাধাগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্দ্ধাৰিত সময়ত এন আৰ চিৰ খচৰা প্ৰকাশ কৰাত জটিলতা আহি পৰিছে।

আনহাতে, বৰাক উপত্যকাক বাদ দি ৰাজ্যৰ বাকী অংশৰ এন আৰ চিৰ খচৰা প্ৰকাশ হোৱাৰ সম্ভাৱনাও ৰাজ্যিক সমন্বয়গৰাকীয়ে নুই কৰিছে। তেওঁ ব্যক্ত কৰা মতে সমগ্ৰ অসমতে একে সময়তে এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব।

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সম্পৰ্কত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাৰ অহা ২ জুলাইত পৰৱৰ্তী শুনানি আছে।

ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দাঙি ধৰা ইংগিত মতে আৰু পাঁচটা দিন বাকী থকা অৱস্থাত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ সম্ভাৱনা নাই।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd