• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইৰ নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া গ্ৰীষ্ম শিবিৰ আৰম্ভ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
July 3, 2018 7:45 pm
Three Days Summer Camp Began in Hojai.
100
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা হোজাই জিলাৰ নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া গ্ৰীষ্ম শিবিৰ এটা আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৃষ্ঠপোষকতাত তিনিদিনীয়া এই শিবিৰটোৰ আয়োজন কৰা হয়। চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আগত ৰাখি নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত এই গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে।

বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই পতাকা উত্তোলন কৰি এই এই গ্ৰীষ্ম শিবিৰ উদ্বোধন কৰা হয়। তাৰ পাছত গ্ৰীষ্ম শিবিৰটোৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰা হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে বন্তি প্ৰজ্জ্বলন কৰে।

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সু-নাগৰিক হোৱাৰ বাবে আহ্বান জনায়। শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এনে ধৰণৰ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ ভূয়সী প্ৰশংসা কৰে।

তেওঁ কয় যে সঠিক দিশত একাণপতীয়াকৈ লাগি থাকিলেহে কৃতকাৰ্য হ’ব পাৰি।

হোজাই জিলাৰ অন্তৰ্গত ১২ খন বিদ্যালয়ৰ মুঠ ১২০গৰাকী শিক্ষাৰ্থীয়ে এই গ্ৰীষ্ম শিবিৰত অংশগ্ৰহণ কৰিছে। অহা বৃহস্পতিবাৰে এই গ্ৰীষ্ম শিবিৰটোৰ সামৰণি পৰিব। প্ৰথম দিনাৰ কাৰ্যসূচীত শিক্ষাবিদসকলৰ ভাষণ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়।

এই শিবিৰত কপিল ভেলী ৰেঞ্জ অফিচৰ বিষয়া হৃদয় হাজৰিকা, আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু আমছুৰ হোজাই জিলাৰ সদস্যসকলে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

তাৰোপৰি, কপিল ভেলী ৰেঞ্জ অফিচে বেলেগ বেলেগ প্ৰজাতিৰ প্ৰায় ৩০০ গছপুলিও বিতৰণ কৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd