• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১ মাৰ্চৰ পৰা গুৱাহাটীত ‘থিয়েটাৰ অলিম্পিক’ নাট্য মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 9:31 am
Theatre-Olympics-Guwahati
286
VIEWS
Share on FacebookShare on Twitter

অসমৰ নাট্যপ্ৰেমীৰ বাবে সুখবৰ। বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ ‘থিয়েটাৰ অলিম্পিক’ ২০১৮ৰ অংশ হ’বলৈ ওলাইছে অসমৰ প্ৰধান চহৰ গুৱাহাটী।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত ভাৰতত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা ‘থিয়েটাৰ অলিম্পিক’ৰ সহ আয়োজক হিচাপে অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে গুৱাহাটী মহানগৰে।

ভাৰতৰ ১৭ খন চহৰত অনুষ্ঠিত হ’বলগীয়া নাট্য মহোৎসৱত গুৱাহাটী শাখাৰ নাট সমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

পোন্ধৰ দিনীয়াকৈ আয়োজিত উক্ত নাট মহোৎসৱত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ ১৫ খন নাটক মঞ্চস্থ কৰা হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ নেতৃত্বত তথা অসম চৰকাৰৰ সহযোগত অনুষ্ঠিতব্য উক্ত নাট মহোৎসৱ ১১ মাৰ্চৰ সন্ধিয়া শুভউদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, বিশিষ্ট পৰিচালক জাহ্নু বৰুৱা, নৃত্যাচাৰ্য যতীন গোস্বামী আৰু মুখ্য সচিব টি ৱাই দাস।

‘থিয়েটাৰ অলিম্পিক’ সন্দৰ্ভত অভিনেতা প্ৰাঞ্জল শইকীয়াই মঙলবাৰে সংবাদমেল যোগে কয়-‘এই বৃহৎ নাট্য মহোৎসৱত অসমৰ মুঠ ১১ খন নাটক মঞ্ছস্থ হ’ব আৰু সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। গুৱাহাটী শাখাৰ নাট মহোৎসৱত ইজৰাইল, নেপাল আদি কৰি ভাৰতৰ অন্য ঠাইৰ মুঠ ১৫ খন নাট মঞ্চস্থ হ’ব’।

লক্ষ্যণীয় ভাৰতত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই নাট মহোৎসৱখনিৰ যোৱা ১৭ ফেব্ৰুৱাৰিতে দিল্লীৰ লালকিল্লাত শুভাৰম্ভণি হয়। গুৱাহাটীত নাট মঞ্চস্থ কৰাৰ উপৰি কৰ্মশালা, আলোচনা-চক্ৰ, অন্তৰংগ আলাপ আদি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শংকৰদেৱ কলাক্ষেত্ৰত মঞ্চস্থ হ’বলগীয়া নাট সমূহ দৰ্শকে সম্পূৰ্ণ বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলিও আয়োজকে জনাইছে। দৰ্শকে অনলাইনযোগে insider.inত নাটকৰ টিকট বুক কৰিব পাৰিব।

সংবাদমেলত উপস্থিত থকা অভিনেতা বাহাৰুল ইছলাম, অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে অসমৰ নাট্য প্ৰেমীক নাট সমূহ উপভোগ কৰিবলৈ আহ্বান জনায়।

Recent News

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

দিনটো ঠেলাগাড়ীত মোবাইল কভাৰ বিক্ৰী; নিশা ৩ বজালৈকে পঢ়াশুনা! NEETত সফল ঝাৰখণ্ডৰ ৰোহিত

দিনটো ঠেলাগাড়ীত মোবাইল কভাৰ বিক্ৰী; নিশা ৩ বজালৈকে পঢ়াশুনা! NEETত সফল ঝাৰখণ্ডৰ ৰোহিত

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ’ব লোকপিয়ল! দুটা পৰ্যায়ত সম্পন্ন হ’ব সমগ্ৰ প্ৰক্ৰিয়া

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ’ব লোকপিয়ল! দুটা পৰ্যায়ত সম্পন্ন হ’ব সমগ্ৰ প্ৰক্ৰিয়া

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd